--°C
Loading...
Listen to Article
2 min read
80%
১৮ ফেব্ৰুৱাৰী,২০২২, শুকুৰবাৰ মেষ ৰাশি: সন্তানৰ স্বাস্থ্যত গুৰুত্ব দিয়কৃ৷ কৰ্মক্ষেত্ৰত প্ৰশংসা৷ আনৰ প্ৰতি ঈৰ্ষা ভাৱ জাগিব পাৰে৷ প্ৰেমত সন্দেহ। বৃষ ৰাশি: কষ্ট কৰিলে লক্ষ্যত সফল হʼব৷ কিবা সিদ্ধান্ত লওঁতে জ্যেষ্ঠৰ পৰা পৰামৰ্শ লওক৷ শিক্ষাৰ্থীৰ শুভ। মিথুন ৰাশি: প্ৰেমত শুভ৷ লোকৰ কথাত বেছি মন-কাণ দিয়াৰ পৰা দূৰত থাকক। কৰ্মক্ষেত্ৰত হতাশ। কৰ্কট ৰাশি: ব্যৱসায়ত ব্যস্ততা৷ কর্মব্যস্ততা বাঢ়িলেও পৰিয়ালৰ সদস্যক গুৰুত্ব দিবলৈ নাপাহৰিব৷ প্ৰেমত কাজিয়া হোৱাৰ শংকা৷ সন্তানৰ বিফলতাই মনত দুখ দিব। সিংহ ৰাশি: সিদ্ধান্ত লওঁতে ভাবি-চিন্তি লʼব৷ কর্মক্ষেত্ৰত কাৰোবাৰ ওপৰত খং উঠিব পাৰে৷ পৰিকল্পনা খেলিমেলি হ’ব৷ সমস্যাৰ সমাধান হ’ব। কন্যা ৰাশি: মনলৈ হতাশা আহিব। পৰিয়ালৰ মাজত তৰ্ক-বিতৰ্ক হʼব পাৰে৷ দিনটোৰ শেষলৈ মন ভাল হ’ব। খোৱা-বোৱাত গুৰুত্ব দিয়ক। তুলা ৰাশি: পূৰ্বতকৈ স্বাস্থ্য উন্নত। পৰিয়ালত আনন্দ বৃদ্ধি। কৰ্মক্ষেত্ৰত প্ৰশংসা লাভ৷ প্ৰেমত শুভ ৷ বৃশ্চিক ৰাশি: কৰ্মব্যস্ততাই ব্যক্তিগত জীৱনত প্ৰভাৱ পেলাব৷ কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব৷ লক্ষ্যত সফল হʼব৷ শিক্ষাৰ্থীৰ শুভ। ধনু ৰাশি: মন আনন্দত থাকিব৷ প্ৰেমক লৈ সুখী হ’ব৷ সমস্যা দূৰ হ’ব৷ ভ্ৰমণত শুভ। মকৰ ৰাশি: শুভ দিন৷ কৰ্মত ধৈৰ্য ধৰক। মন পচন্দৰ আহাৰ খাবলৈ পাব। আপোনাৰ উপস্থিতিত আনৰ মন আনন্দিত হʼব৷ কুম্ভ ৰাশি: পৰিয়ালত শান্তি বৰ্তি থাকিব৷ ভ্ৰমণত শুভ। ঘৰলৈ আলহী অহাৰ সম্ভাৱনা। প্ৰেমক লৈ মন অলপ দুখী হৈ থাকিব। মীন ৰাশি: বহুদিনীয়া পৰিকল্পনা সফল হʼব। সমস্যা উদ্ভৱ হʼলেও ই সমাধান হʼব। শিক্ষাৰ্থীয়ে পঢ়াত মন দিয়ক। খং পৰিহাৰ কৰি চলক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ