--°C
Loading...
Listen to Article
2 min read
80%
১০ জেঠ, বুধবাৰ ইং ২৫ মে,  ২০২২। 

১.মেষ ৰাশি  (অ,ল):  ভাল কামৰ সুযোগ লাভ কৰিব। কৰ্মক্ষেত্ৰত ভাল ফল পাব। আজি আপোনাৰ ঘৰলৈ আত্মীয়ৰ আগমন হ'ব পাৰে।

২. বৃষ ৰাশি ( উ,ব,ই) : - আপোনাৰ শুভ সংবাদ লাভ  হোৱা যোগ দেখা যায় । খৰচ নিয়ন্ত্ৰণ। কামত এলাহ।

৩. মিথুন ৰাশি ( ক,ছ) : ঘৰুৱা দিশত সুখ শান্তি বাঢ়িব।  আজি আপুনি বাহিৰত সজাগ হৈ চলাটো ভাল হ'ব। স্বাস্থ্যৰ শুভ।

৪. কৰ্কট ৰাশি ( ড,হ) : প্ৰেমত শুভ হ'ব। ভাল খবৰ লাভ কৰিব। আজি আপোনাৰ আৰ্থিক দিশত শুভ  হোৱাৰ যোগ দেখা যায়।

৫. সিংহ ৰাশিৰ (ম,ট) :- আৰ্থিক দিশত শুভ হ'ব।লগতে কৰ্মত শুভ হোৱাৰ যোগ দেখা যায়। সন্তানক লৈ চিন্তা।

৬. কন্যা ৰাশি  (প,ঠ) : শুভ সংবাদ লাভ। ব্যৱসায়িক দিশত শুভ হোৱাৰ যোগ দেখা যায়।

৭. তুলা ৰাশি (ৰ,ত): - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত শিল্পীসকলৰ শুভ হ'ব, সন্মান বাঢ়িব, আৰ্থিক দিশত শুভ হ'ব যদিও যদিও দেহ মনত সাধাৰণ আঘাত পোৱাৰ যোগ দেখা যায় । 

৮. বৃশ্চিক ৰাশি (ন,য): - বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ভোজন বিলাস বাঢ়িব, ব্যস্ততা বাঢ়িব , যদিও আজি আপুনি সজাগ নহ'লে কৰ্মত সামান্য জটিলতা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৯. ধনু ৰাশি (ধ,ভ): - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ হ'ব, যদিও আজি আপুনি সজাগ নহ'লে প্ৰেমত সামান্য জটিলতা বাঢ়িব পাৰে লগতে আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ'ব।

১০. মকৰ ৰাশি (খ,জ):  - মকৰ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত  মনৰ আশা পূৰণ হ'ব যদিও আজি আপুনি ঘৰুৱা কামত সজাগ হোৱাটো ভাল হ'ব , লগতে অবিশ্বাসী মানুহৰ পৰা আজি আতৰি থাকিব। 

১১. কুম্ভ ৰাশি (গ,শ,স): - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত আনৰ সহায় সহযোগিতা লাভ কৰিব, যদিও কৰ্মত সজাগ নহ'লে সামান্য ভুল- ভ্ৰান্তি হ'ব পাৰে , লগতে সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়।

১২. মীন ৰাশি ( দ,চ) :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত সাহিত্য সেৱাত মনোনিবেশ হ'ব, লগতে আজি আপোনাৰ কৰ্মত সুনাম বৃদ্ধি হোৱাৰ  যোগ দেখা যায়।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ