--°C
Loading...
Listen to Article
2 min read
80%
২৪ জানুৱাৰী, ২০২২, সোমবাৰ মেষ: দিনটো শুভ। কোনো পৰিকল্পনা সফল হ'ব। বন্ধুৰ সৈতে সংযোগ। ভ্ৰমণত শুভ। বৃষঃ দিনটো ভাল-বেয়াৰ মাজেৰে পাৰ হ'ব। ঘৰলৈ আলহী আহিব। খৰচ বৃদ্ধি। দেহত সামান্য আঘাত পাব পাৰে। মিথুন: সাংসাৰিক জীৱনত শুভ। বিদ্যাৰ্থীৰ শুভ। ভ্ৰমণত বাধা। কোনো খবৰত মন আনন্দিত হ'ব। কৰ্কট: শৰীৰ ভালে নাযাব। ঘৰুৱা অশান্তি। দিনটোৰ শেষলৈ কিবা ভাল খবৰ পাব পাৰে। আধ্যাত্মিক চিন্তাত মন দিয়ক। সিংহঃ মানসিক অশান্তি বৃদ্ধি পাব পাৰে। আৰ্থিক দিশটো ভাল। প্ৰেমিক-প্ৰেমিকাৰ শুভ। স্বাস্থ্যক মন দিয়ক। কন্যাঃ বিদ্যাৰ্থীৰ শুভ। পতি-পত্নীৰ মাজত মনোমালিন্য। সন্তানৰ শৰীৰক লৈ চিন্তা। যাত্ৰাত অশুভ। তুলা: আনৰ কৰ্মই মন আনন্দিত কৰিব। বহুদিনীয়া পৰিকল্পনা সফল হ'ব। পুৰণি বন্ধুৰ সৈতে সংযোগ। পেটৰ সমস্যা হ'ব পাৰে। বৃশ্চিক: খৰচ বৃদ্ধি। পৰিয়ালত সুসম্পৰ্ক বৰ্তি থাকিব। ঘৰলৈ কোনো আত্মীয়ৰ আগমন ঘটিব পাৰে। প্ৰেমত শুভ। ধনুঃ সামাজিক কামত ৰাপ বাঢ়িব। কৰ্মক্ষেত্ৰত প্ৰশংসা লাভ। শত্ৰু বঢ়াৰ সম্ভাৱনা। ভ্ৰমণত শুভ। মকৰঃ বেছি খৰচ কৰাৰ পৰা বিৰত থাকক, নহ'লে বিপদত পৰিব পাৰে। শৰীৰ ভালে যাব। কিবা কথাত মন বেয়া হব পাৰে।পৰিয়ালত আনন্দ বৃদ্ধি। কুম্ভ: ভ্ৰমণ কৰোতে সাৱধান। সকলোৰে লগত সম্পৰ্ক ভালে থাকিব। কথা কওতে সাৱধান হওক। বিদ্যাৰ্থীয়ে পঢ়াত মন দিয়ক। মীনঃ দিনটো শুভ। সুমিষ্ট ভোজনৰ যোগ। মনৰ আশা পূৰণ। শৰীৰ উন্নত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত