--°C
Loading...
Listen to Article
2 min read
80%
২৫ ফেব্ৰুৱাৰী,২০২২,শুকুৰবাৰ মেষ : ভাবি-গুণি সিদ্ধান্ত গ্ৰহণ কৰক। ৰাজনীতিবিদৰ শুভ। সংগীত, সাহিত্যত সাফল্য অৰ্জন। বৃষ : স্বাস্থ্যই আমনি কৰিব। বাহিৰৰ খাদ্য নাখাব। কৰ্তব্যৰ ফল পাব। প্ৰেমত শুভ। মিথুন : হতাশা আঁতৰিব। আনক সহায় কৰি সুখী হ'ব। ভ্ৰমণত শুভ। কৰ্কট : বন্ধুৰ সহযোগ। দূৰ ভ্ৰমণৰ যোগ। উপহাৰ লাভ। সিংহ : কৰ্মত সাফল্য। সুনাম বাঢ়িব। খং নিয়ন্ত্ৰণ কৰক। কন্যা : কৰ্মত কৰ্তৃত্ব ৰক্ষা কৰিব পাৰিব। কোনোবাই প্ৰতাৰণা কৰিব পাৰে। আলহী আহিব। তুলা : কোনো প্ৰতিযোগিতাত জয়লাভ। খৰচ বৃদ্ধি। দাঁতৰ বিষ হ'ব পাৰে। বৃশ্চিক : মনোবল বাঢ়িব। সংঘাত আঁতৰিব। মাতৃৰ শুভ। প্ৰেমত মধ্যম। ধনু : মনত অস্থিৰতা বাঢ়িব। বেমাৰ দূৰ হ'ব। বন্ধুৰ সৈতে সংঘাত। মকৰ : বন্ধুত্বৰ সুখ। আনৰ প্ৰতি সহনশীল হওঁক। স্বাস্থ্যত শুভ। প্ৰেমত মৰম বাঢ়িব। কুম্ভ : আপোনাৰ কামক আনে প্ৰশংসা কৰিব। মনৰ অস্থিৰতা আঁতৰিব। প্ৰেমত হতাশা। মীন : বন্ধুত্বৰ সুখ পাব। ভ্ৰমণ সফল। ব্যৱসায়ত শুভ। ঘৰুৱা শান্তি বৰ্তি থাকিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ