--°C
Loading...
Listen to Article
2 min read
80%
২৭ এপ্ৰিল,২০২২, বুধবাৰ 

মেষ ৰাশি– সকলো কামতে আনৰ সহায়-সহযোগিতা লাভ৷ মনত সামান্য অশান্তিৰ ভাৱ বৃদ্ধিৰ যোগ। দাঁতৰ বিষৰ সমস্যা। পৰিয়ালত শান্তি। 

বৃষ ৰাশি– আজিৰ দিনটোত মনত শান্তি বাঢ়িব৷ শাৰীৰিক দিশত ঠিকে থাকিব। ঘৰুৱা বিবাদ অন্ত পৰিব। সন্তানৰ শুভ। 

মিথুন ৰাশি- পাৰিবাৰিক দিশত শুভ৷ আজি আপুনি সজাগ নহ’লে কৰ্মত সামান্য জটিলতা বাঢ়িব পাৰে লগতে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়। 

কৰ্কট ৰাশি– কৰ্মক্ষেত্ৰত সন্মান বাঢ়িব৷খৰছ বৃদ্ধিৰ যোগ। প্ৰেমক লৈ চিন্তা। ভ্ৰমণত বাধা। 

কন্যা ৰাশি– মনৰ চিন্তা ধাৰা উন্নত হ’ব৷ কৰ্মক্ষত্ৰত সফলতা পাব। সজাগ নহ'লে বিপদত পৰিব। আলহী আহিব। 

সিংহ ৰাশি– কৰ্মক্ষেত্ৰত হতাশা৷ প্ৰেমত শুভ৷ আয় বৃদ্ধিৰ যোগ দেখা যায়। মাতৃৰ শৰীৰ উন্নত। 

তুলা ৰাশি– কৰ্মক্ষেত্ৰত উন্নতি৷ দাঁতৰ বিষক ভুগিব পাৰে। মনলৈ নানা চিন্তা আহিব। প্ৰেমত বিচ্ছেদৰ সম্ভাৱনা। 

বৃশ্চিক ৰাশি– কৰ্মক্ষত্ৰত প্ৰশংসা পাব৷ প্ৰতাৰণাৰ সন্মুখীন হ’ব পাৰে৷ সামান্য মিছা অপবাদৰ যোগ দেখা যায়। ভ্ৰমণত শুভ। 

ধনু ৰাশি- কৰ্ম উদ্যম হ্ৰাস পাব৷ মনত সামান্য অশান্তি ভাৱ বাঢ়িব পাৰে৷ প্ৰেমত মনোমালিন্যৰ যোগ দেখা যায়। খৰচ নিয়ন্ত্ৰণ। 

মকৰ ৰাশি-  বিশেষ প্ৰশংসা পাব। আপোনাৰ প্ৰিয়জনক লগ পাব। খৰচ বাঢ়িব। স্বাস্থ্য উন্নত। 

কুম্ভ ৰাশি- সকলো চেষ্টাতে সফলতা লাভ কৰিব। আৰ্থিক ভাৱে আজি আপুনি সবল থাকিব। স্বামী-স্ত্ৰীৰ সংঘাত। প্ৰেমত অশান্তি। 

মীন ৰাশি- সপোন বাস্তৱ হব। আয় বৃদ্ধি পাব। ব্যৱসায়ত উন্নতি। পঢ়া-শুনাত মধ্যম। প্ৰেম ঠিকেঠাকে থাকিব।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ