--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ কল হ’ল বহু গুণেৰে সমৃদ্ধ এবিধ ফল। এই ফলবিধ স্বাস্থ্যৰ বাবে অতি উপকাৰী, কিন্তু ৰক্তচাপ নিয়ন্ত্ৰণ কৰিবলৈ কল খোৱাটো কিমানদূৰ উপকাৰী সেই কথা আমি সকলোৱে নাজানো। কিন্তু কলত পটাছিয়াম আৰু কেলছিয়াম ভৰপূৰ মাত্ৰাত পোৱাৰ কথা আমি সকলোৱে জানো। সেয়েহে কল সেৱনে কেৱল বিপি নিয়ন্ত্ৰণত ৰখাই নহয়, হাড়ো শক্তিশালী কৰে। গ্ৰীষ্মকালত কলক শক্তিৰ মুখ্য উৎস বুলিও গণ্য কৰা হয়।

 ১. কলত যথেষ্ট কাৰ্বোহাইড্ৰেট থাকে বাবে ইয়াৰ সেৱনে পেট সোনকালে ভৰাই তোলে। যদি পুৱাৰ আহাৰৰ তালিকাত কল অন্তৰ্ভুক্ত কৰিব পাৰে, কিয়নো কলে তাৎক্ষণিক শক্তি প্ৰদান কৰে।

২. মানসিক চাপ উপশম কৰাতো কল যথেষ্ট উপকাৰী। দৰাচলতে কলত ট্ৰিপ্টোফেন নামৰ এবিধ উপাদান পোৱা যায়। এই ট্ৰিপ্টোফেনৰ ফলত আমাৰ শৰীৰত চেৰোটনিন উৎপন্ন হয়। চেৰোটনিনক সুখী হৰমন বুলিও কোৱা হয়। ই মানসিক চাপ আঁতৰাত সহায় কৰে।

 ৩. পাচন সম্পৰ্কীয় সমস্যা আঁতৰ কৰাতো কল যথেষ্ট উপকাৰী। দৰাচলতে, কলত থকা শ্বেতসাৰ আমাৰ পাচনতন্ত্ৰৰ বাবে গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। কল হৈছে এণ্টি-এচিড, সেয়েহে যদি আপোনাৰ বুকু জ্বলাৰ সমস্যা হয় তেনেহ'লে কল খোৱাটো অতি উপকাৰী।

 ৪. হাড়বোৰ শক্তিশালী কৰাৰ বাবে কল অতি উপকাৰী। সাধাৰণতে ৩০ বছৰ বয়সৰ পাছত বেছিভাগ লোকে হাড়ৰ বিষৰ সমস্যাত ভোগ। সেয়েহে প্ৰতিদিনে এটাকৈ কল খালে এনে সমস্যাৰ পৰা কিছ হ’লেও দূৰত থাকিব পাৰি।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ