--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ ২৮৮খন আসনত আজি ভোটগ্ৰহণ। নিৰ্বাচনত মুঠ ৪১৩৬ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচন পথাৰত নামিছে। আটাইকেইটা ভোটগ্ৰহণ কেন্দ্ৰতে কঠোৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। ভোটদানৰ দিনা পুৱাৰে পৰা বহু তাৰকা আহি নিজৰ মতাধিকাৰ প্ৰদান কৰিবলৈ আহিছে। অভিনেতা অক্ষয় কুমাৰ, ৰাজকুমাৰ ৰাও, কবীৰ খানে এই পৰ্যন্ত ভোটদান কৰিছে। একে সময়তে মুম্বাই আৰক্ষীয়ে ছলমান খান আৰু শ্বাহৰূখ খানে ভোটদান কৰিবলৈ আহিবলগীয়া ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হৈ নিৰাপত্তাৰ বুজ লৈছে।

When Baba Siddique healed Shah Rukh Khan and Salman Khan's rift, years  after their fight at Katrina's birthday bash - Hindustan Times

শেহতীয়াকৈ ছলমান খানে লৰেন্স বিষ্ণয়ৰ পৰা কেইবাটাও মৃত্যুৰ ভাবুকি লাভ কৰিছে। ইয়াৰ পিছতে প্ৰত্যেকটো ক্ষণতে আৰক্ষী তেওঁলোকৰ সুৰক্ষাৰ সন্দৰ্ভত সজাগ হৈ থাকে। ইয়াৰ উপৰিও শেহতীয়াকৈ শ্বাহৰুখ খানেও মৃত্যুৰ ভাবুকি লাভ কৰিছিল। উল্লেখ্য যে ৰায়পুৰৰ বাসিন্দা ফৈজান নামৰ এজন ব্যক্তিয়ে এই ভাবুকি দিছিল, তাৰ পিছত মুম্বাইৰ বান্দ্ৰা থানাত এই ভাবুকিৰ সন্দৰ্ভত গোচৰ ৰুজু কৰা হৈছিল। বৰ্তমান ফাইজান আৰক্ষীৰ জিম্মাত।

শ্বাহৰুখ খান, ছলমান খান পৰিয়ালৰ সৈতে বান্দ্ৰা পশ্চিমৰ ভোটগ্ৰহণ কেন্দ্ৰলৈ গৈ ভোটদান কৰিব। দুয়োৰে ভোটগ্ৰহণ কেন্দ্ৰটোও একে। বান্দ্ৰা ৱেষ্টত আশীষ শ্বেলাৰ (বিজেপি) আৰু আছিফ জাকাৰিয়া (কংগ্ৰেছ)ৰ মাজত কঠিন প্ৰতিদ্বন্দ্বিতা দেখা যাব পাৰে। শ্বাহৰুখ আৰু ছলমান খানৰ উপৰিও সুভাষ ঘাই, ফাৰহান আখতাৰ, জোয়া আখতাৰ, কৰীনা কাপুৰ, ৰণবীৰ কাপুৰ, প্ৰেম চোপ্ৰা, আমিৰ খান, শবানা আজমী, মাধুৰী দীক্ষিত, বিদ্যা বালান, হৃতিক ৰোশন, আমিৰ খান, কিৰণ ৰাও আদি বহু চেলিব্ৰিটিও আছে যিয়ে বান্দ্ৰা ৱেষ্টৰ বিভিন্ন ভোটগ্ৰহণ কেন্দ্ৰত ভোট দিবলৈ আহিব পাৰে।

Maharashtra election 2024 schedule: Voting time, exit polls and results  date | Latest News India - Hindustan Times

মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ দৃষ্টিকোণৰ পৰা আজি এটা অতি গুৰুত্বপূৰ্ণ দিন কাৰণ দীৰ্ঘদিনীয়া নিৰ্বাচনী প্ৰচাৰৰ অন্তত আজি জনসাধাৰণৰ সুযোগ। আজি জনসাধাৰণে ইভিএমৰ বুটাম টিপি মহাযুতি আৰু মহাবিকাশ আঘাদী মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিবলৈ ওলাইছে। ৰাজ্যৰ ২৮৮খন বিধানসভাৰ আটাইকেইখন আসনত ভোটদান আৰম্ভ হৈছে। এইবাৰ মুঠ ৪১৩৬ জন প্ৰাৰ্থী নিৰ্বাচনী খেলপথাৰত নামিছে আৰু ইতিমধ্যে ভোটদান আৰম্ভ হৈছে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
'বিশ্ব অর্থনীতিৰ প্ৰৱাহ সলনি কৰিব পৰা শক্তিৰ অধিকাৰী হৈছে ভাৰত', 'ইক 'নমিক টাইম'ৰ ৱৰ্ল্ড লীডাৰ্ছ ফ'ৰামত প্ৰধানমন্ত্ৰীৰ দাবী
পণবন্দীৰ মুক্তিৰ দাবীত ৰাজপথ উত্তাল কৰিলে সহস্রাধিক ইজৰাইলীয়ে
বৰপেটাৰোডত অবৈধ ৬ টকীয়া লটাৰী টিকট বিক্ৰেতাক আটক
বিহাৰৰ ভোটাৰ তালিকাত ২ পাকিস্তানী মহিলাৰ নাম!
বিলাসীপাৰাত বাছ আৰু এল্টোৰ মুখামুখি সংঘৰ্ষ! আহত বহুজন
অসমত ব্যৰ্থ প্ৰধানমন্ত্ৰীৰ 'সূৰ্যঘৰ', সৌৰ পেনেল স্থাপনৰে বিদ্যুৎ উৎপাদনৰ অভিলাষী আঁচনিৰ নাই অগ্রগতি
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
ভাৰতত আৰম্ভ হ'ল iphone 17 ৰ উৎপাদন! ভাৰতৰ কোনবোৰ ৰাজ্যত আইফোন তৈয়াৰ কৰা হয় জানেনে?
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়