--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ৰাজ্যত কৰ'না ভাইৰাছৰ সংক্ৰমণ অব্যাহত আছে৷ বিগত ২৪ ঘন্টাত ৰাজ্যত মুঠ৩৯,৭৬৮জনৰ দেহত কৰা হয় ক'ভিড টেষ্ট৷ তাৰভিতৰত ৩২৪জনৰ দেহত ধৰা পৰে কৰ'নাৰ সংক্ৰমণ৷ কালিৰ দিনটোত আক্ৰান্তৰ হাৰ আছিল 0.৮১ শতাংশ৷ ইপিনে শনিবাৰে ২১৯জনে আৰোগ্য লাভ কৰে৷

আনহাতে মৃত্যুৰ মুখত পৰে ৩জনকৈ লোক৷ বৰ্তমানে চিকিৎসাধীন হৈ আছে ২,৬১১জন৷ কালি মৃত্যু হোৱা লোক কেইজন হৈছে ডিব্ৰুগড়, গোলাঘাট আৰু শোণিতপুৰৰ৷ প্ৰকাশ পোৱা তথ্য অনুসৰি গুৱাহাটী মহানগৰীত আক্ৰান্ত হয় ৮৮ জন লোক, বৰপেটাত ৫০জন, যোৰহাটত ১৮জন আৰু কামৰূপ গাম্যত১৭জনকৈ লোক৷

এতিয়ালৈ ৰাজ্যখনত ২,৪৪,২৩,২৩২ জনে ক'ভিত টেষ্ট কৰাইছে৷ তাৰভিতৰত ক'ভিডত আক্ৰান্ত হৈছে ৬,০৮,৪৫০জন৷ আনহাতে আৰোগ্য লাভ কৰিছে ৫,৯৮,৫১৫জনে আৰু মৃত্যুৰ মুখত পৰিছে ৫,৯৬৭জন লোক৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি
দেশৰ জি ডি পি ৭.৮%; শক্তিশালী হৈছে ভাৰতীয় অর্থনীতি
মৰিয়নিত মোমায়েক-মামীয়েকে অপহৰণ কৰিলে ভাগিনীয়েকক, মুক্তিপণ দাবী ৬০ লাখ টকা
১২৫ বছৰৰ পাছত ২০২৬ চনৰ আগষ্ট মাহটো আছিল ভাৰতৰ আটাইতকৈ উষ্ণ আগষ্ট মাহ