--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ লামডিং ৰে’লৱে ষ্টেচনৰ ২নং প্লেটফৰ্মত ডিঙিকটা অৱস্থাত উদ্ধাৰ হৈছে এটি মৃতদেহ। ৰে’ল লাইনৰ মাজত ডিঙিকটা অৱস্থাত মৃতদেহ উদ্ধাৰ কৰে লামডিং ৰে’লৱে আৰক্ষীয়ে।

০৫৯০১নং উজনিমুৱা লামডিং-তিনিচুকীয়া যাত্ৰীবাহী ৰে’লৰ তলত পৰি ব্যক্তিজনৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে। মৃত ব্যক্তিজনৰ কোনো পৰিচয় বৰ্তমানলৈ উদ্ধাৰ হোৱা নাই যদিও ব্যক্তিগৰাকীৰ পৰা ‘ষ্টেট বেংক অব ইণ্ডিয়া’ৰ কল্পনা বিশ্বাস নামৰ এখন এটি এম কাৰ্ড পোৱা গৈছে। মৃত ব্যক্তিজনৰ বয়স প্ৰায় ৬০ বছৰ হ’ব বুলি ধাৰণা কৰিছে ৰে’ল আৰক্ষীয়ে৷ এতিয়ালৈকে মৃত ব্যক্তিজনৰ পৰিয়ালৰ পৰিচয় বৰ্তমানলৈ পোৱা নাই ৰে’ল আৰক্ষীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি
দেশৰ জি ডি পি ৭.৮%; শক্তিশালী হৈছে ভাৰতীয় অর্থনীতি
মৰিয়নিত মোমায়েক-মামীয়েকে অপহৰণ কৰিলে ভাগিনীয়েকক, মুক্তিপণ দাবী ৬০ লাখ টকা
১২৫ বছৰৰ পাছত ২০২৬ চনৰ আগষ্ট মাহটো আছিল ভাৰতৰ আটাইতকৈ উষ্ণ আগষ্ট মাহ