--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মহাৰাষ্ট্ৰৰ নাগপুৰত আৰক্ষীৰ নাকাবন্দীৰ সময়ত এখন নম্বৰ প্লেট নথকা স্কুটীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে ৪১ লাখ টকা। আৰক্ষীয়ে এই ধনৰ হিচাপ বিচৰাত যুৱকজনৰ পৰা কোনো সুদুত্তৰ নপোৱাত। আৰক্ষীয়ে এই ধন অবৈধ লেনদেনৰ সৈতে জড়িত থকাৰ সন্দেহত দুয়োজন যুৱকক জিম্মাত লৈ তদন্ত আৰম্ভ কৰা কৰিছে।

প্ৰাপ্ত তথ্য অনুসৰি এই ঘটনা সংঘটিত হৈছে নগপুৰৰ কোতৱালি থানা এলেকাৰ শিৱাজী চকত। মহাৰাষ্ট্ৰৰ নাগপুৰত আৰক্ষীয়ে বাহনসমূহ পৰীক্ষা কৰি থকা সময়তে এখন স্কুটীত উঠি অহা দুজন যুৱকক ৰখাই স্কুটীখন পৰীক্ষা কৰাত নগদ ৪১ লাখ টকা উদ্ধাৰ কৰে। ৩ নং মণ্ডলৰ ডিচিপি মেহক স্বামীয়ে কয় যে অভিযুক্ত যুৱক দুজনক আটক কৰি ৰখা হৈছে বুলি উল্লেখ কৰে। এই সন্দৰ্ভত আয়কৰ বিভাগক অৱগত কৰা হৈছে বুলি সদৰি কৰে৷

আৰক্ষীয়ে দুয়োজন যুৱকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে এই ধন ক’ৰ পৰা আহিছিল আৰু ক’লৈ লৈ যোৱা হৈছিল সেই কথা জানিবলৈ আৰক্ষীয়ে চেষ্টা চলাই আছে।ইতিমধ্যে এনে অবৈধ কাৰ্যকলাপ ৰোধ কৰিবৰ বাবে নাগপুৰ আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ