--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শেহতীয়াকৈ বিশ্বৰ দুই মহাশক্তিধৰ ৰাষ্ট্ৰ চীন আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি দুগৰাকী গুৰুতৰ শাৰীৰিক অসুস্থতাত ভুগি আছে৷ আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ দুই শত্ৰুৰাষ্ট্ৰৰ ৰাষ্ট্ৰপ্ৰধানদুগৰাকী অসুস্থ হৈ পৰাৰ খবৰে এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে বিশ্বত৷ পোনতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছিল৷ এইবাৰ জি জিনপিঙৰ অসুস্থতাৰ খবৰে চৰ্চা লাভ কৰিছে বিশ্বত৷

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ অসুস্থতা সম্পৰ্কীয় বাতৰিটো শেহতীয়াকৈ প্ৰকাশ পাইছিল। এতিয়া এক প্ৰতিবেদন অনুসৰি, চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙে এক গুৰুতৰ মানসিক ৰোগৰ সৈতে যুঁজি আছে, যাৰ বাবে তেওঁক বিগত বৰ্ষত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। সংবাদ মাধ্যমৰ প্ৰতিবেদনত দাবী কৰা হৈছে যে চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙে চেৰিব্ৰেল এনিউৰিজমৰ সৈতে যুঁজি আছে।

তথ্য অনুসৰি, চীনৰ ৰাষ্ট্ৰপতিয়ে তেওঁৰ ৰোগৰ অস্ত্ৰোপচাৰ কৰাৰ পৰিৱৰ্তে পৰম্পৰাগত চীনা ঔষধৰ দ্বাৰা চিকিৎসা লোৱাটো পছন্দ কৰিছে।

চেলিব্ৰেল এনিউৰিজম কি?
জি জিনপিঙৰ একপ্ৰকাৰৰ মানসিক ৰোগ আছে, যাক চেলিব্ৰেল এনিউৰিজম বুলি কোৱা হয়। য’ত ধমনী এটা মগজুৰ ভিতৰত বিস্তাৰিত হয়। ইয়াৰ ফলত ধমনীস্তৰৰ ক্ষতি হয়। যদি সেইবোৰ অধিক বিয়পে, ইয়াৰ ফাটি যোৱাৰ আশংকা বৃদ্ধি হয়। অৱশ্যে সকলো এনিউৰিজম ফাটি যোৱা নাই। কিন্তু যেতিয়া একেজন ৰোগীৰ একাধিক এনিউৰিজম থাকে তেতিয়া ই বিপদজনক হৈ পৰে।

অসুস্থ পুটিনো!
ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন অসুস্থ হোৱাৰ খবৰো পোৱা গৈছিল। কিন্তু, শেহতীয়া এটা ভিডিঅ’ত দেখা গৈছিল পুটিনে বিজয় দিৱসৰ কুচকাৱাজৰ সময়ত কাহি থকা পৰিলক্ষিত হৈছিল আৰু তেওঁ কম্বল এখনেৰে ভৰি ঢাকি আছিল। মাত্ৰ কেইদিনমান পূৰ্বে পুটিন কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছিল৷
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ