--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আজি দেশজুৰি দেখা গৈছে বিজয়া দশমীৰ উছাহ৷ সন্ধিয়াৰ পৰা আৰম্ভ হ’ব ৰাৱণ দাহন কাৰ্যসূচী৷ ৰাৱণ দাহনক লৈ চলিছে বিশেষ আয়োজন৷ পিছে ৰাৱণৰ এটা পুত্তলিকাই দৃষ্টি কাঢ়িছে বহুতৰে৷ 

পুত্তলিকাটোৰ উচ্চতা ১১৭ ফুট৷ এই সুবিশাল পুত্তলিকাটো নিৰ্মাণ কৰোতে ব্যয় হৈছে ১৮ লাখ টকা৷ প্ৰয়োজন হৈছিল এমাহৰ নিৰন্তৰ প্ৰচেষ্টা৷ 

দুশেৰাক বেয়াৰ ওপৰত ভালৰ জয়ৰ প্ৰতীক হিচাপে পালন কৰা হয়। এই উপলক্ষে ৰাৱণৰ পুত্তলিকা দাহ কৰা হয়। মঙলবাৰে দশেৰা উপলক্ষে দেশৰ আটাইতকৈ ওখ ৰাৱণ ৰাৱণৰ পুত্তলিকা দাহ কৰা হ’ব। 

হাৰিয়ানাৰ পঞ্চকুলা জিলাত পুত্তলিকা দাহ কৰা হ'ব। ইয়াৰ উচ্চতা হৈছে ১৭৭ ফুট, যি হৈছে ভাৰতৰ আটাইতকৈ ওখ ৰাৱণৰ মূৰ্তি। পুত্তলিকা প্ৰস্তুত কৰা তেজিন্দৰ চৌহানে ইতিমধ্যে পাঁচবাৰ লিমকা বুক অব্ ৰেকৰ্ডছত তেওঁৰ নাম পঞ্জীয়ন কৰিছে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ