--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কংগনা ৰাণাৱট বছৰটোৰ বেছিভাগ সময় বিতৰ্কৰ আৱৰ্তত থাকে৷ বলীউডত তেওঁৰ অনুৰাগীৰ সংখ্যাও বিস্তৃত৷ 

অৱশ্যে, কংগনাৰ মনটো বুজি পোৱা সহজ নহয়। তেওঁ বছৰটোৰ বেছিভাগ সময় মানালীত বাস কৰে। তাত এটা পৰ্বতৰ কাষত তেওঁৰ এটা সপোনসদৃশ ঘৰ আছে। অৱশ্যে, তেওঁ কামৰ বাবে মাজে-সময়ে মুম্বাই ভ্ৰমণ কৰে। এইবাৰ অভিনেত্ৰীগৰাকীয়ে নৱৰাত্ৰিৰ পৰিপ্ৰেক্ষিতত কিছু কাম হাতত লৈ মুম্বাইলৈ আহিছিল। 

বিমানবন্দৰত অৱতৰণ কৰাৰ সময়ত হাস্যবদনে দেখা গৈছিল কংগনাক৷ তেওঁ লগত মিঠাইৰ টোপোলা এটা লৈ আহিছিল। অভিনেত্ৰীগৰাকীয়ে বিমানবন্দৰত উপস্থিত ফটোগ্ৰাফাৰসকলক মিঠাইৰ টোপোলাটো দিছিল।

বলীউডৰ বেছিভাগ তাৰকাৰ সৈতে তেওঁৰ সম্পৰ্ক যিমানেই মধুৰ নহওক কিয়, তেওঁ সদায় দৰ্শকৰ সৈতে ভাল সম্পৰ্ক ৰক্ষা কৰি ৰাখিছে। শেহতীয়াকৈ, ৰাণাৱট পৰিয়াললৈ আহিছে নতুন সদস্য৷ কংগনাই তেওঁৰ ভতিজাকৰ জন্মৰ দিনা চিকিৎসালয়ৰ পৰা ফটো পোষ্ট কৰিছিল৷ নৱজাতকটিক অশ্বত্থামা ৰাণাৱট নাম দিয়া হৈছে। 

আৰু সেয়েই মুম্বাইত সুখী মুহূৰ্তত কংগনা৷ তেওঁ পেহী হোৱাৰ আনন্দত মিঠাকৈ হাঁহি মিঠাই বিতৰণ কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ