--°C
Loading...
Listen to Article
2 min read
80%
২৫ জানুৱাৰী, ২০২২, মঙলবাৰ মেষঃ মনৰ সুখ বৃদ্ধি। পৰিয়ালত সুসম্পৰ্ক থাকিব। ভাগৰ অনুভৱ কৰিব। শিক্ষাৰ্থীৰ শুভ। বৃষঃ সমস্যাৰ সমাধান। স্বাস্থ্যৰ ক্ষেত্ৰত শুভ। কৰ্মক্ষেত্ৰত শুভ। ভ্ৰমণত বাধা। মিথুনঃ দিনটো ভালদৰে যাব। আৰ্থিক দিশত শুভ। ঘৰলৈ আত্মীয়ৰ আগমন। কোনোৱে বিশ্বাসঘাটকতা কৰিব পাৰে। কৰ্কটঃ শুভ সংবাদ লাভ। দাম্পত্য জীৱনত শুভ। খঙৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক। প্ৰেমত শুভ। সিংহঃ আয় বৃদ্ধি। গেছৰ সমস্যা হব পাৰে। পতি-পত্নীৰ মনোমালিন্য দূৰ হব। শিক্ষাৰ্থীৰ পঢ়াত মন নবহিব। কন্যাঃ খৰচ বৃদ্ধি। স্বাস্থ্য উত্তম। শত্ৰুৰ পৰা সাৱধান। যান-বাহনৰ পৰা সাৱধান। তুলাঃ কৰ্মক্ষেত্ৰত শুভ। স্বাস্থ্য ভালে নাযাব। কোনো নতুন যোগাযোগ হব পাৰে। ভ্ৰমণত শুভ। বৃশ্চিকঃ মনৰ আশা পূৰণ। পৰিয়ালত অশান্তি। আয় বৃদ্ধি। কৰ্মক্ষেত্ৰত শুভ। ধনুঃ স্বাস্থ্যত নজৰ দিয়ক। প্ৰেমত শুভ। পুৰণি বন্ধুৰ সংগ লাভ। সামাজিক মান বৃদ্ধি পাব। মকৰঃ সাহিত্যৰ ক্ষেত্ৰত শুভ। খৰচ নিয়ন্ত্ৰণত থাকিব। স্বা্স্থ্য শুভ। সকলোৰে পৰা সন্মান পাব। কুম্ভঃ ব্যৱসায়ীসকলৰ শুভ। স্বাস্থ্যৰ প্ৰতি মন দিব। বিত্তীয় দিশত শুভ। প্ৰেমিক-প্ৰেমিকাৰ কোনো কথাক লৈ সংঘাত হব। মীনঃ দিনটো ভালেই যাব। মনৰ লগত মিলা মানুহৰ সংগ লাভ। সন্তানে মনত আনন্দ দিব। কৰ্মক্ষেত্ৰত শুভ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ