--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: আপুনি ৰোগৰ পৰা পৰিত্ৰাণ পাব বিচাৰে নেকি? আপোনাৰ জীৱনত সৌভাগ্য নমাই আনিব আহিব বিচাৰে নেকি? অথবা আপুনি সু-স্বাস্থ্য আৰু দীৰ্ঘজীৱন লাভ কৰিব বিচাৰে নেকি? তাৰ বাবে আপুনি কৰিব লাগিব এটি বিশেষ দেৱতাৰ পূজা৷ সেই দেৱতাটো হৈছে আমি খালী চকুৰে দেখা পোৱা সূৰ্য দেৱতা৷ যদি আপুনি প্ৰতি দেওবাৰে সূৰ্যপূজা কেন্দ্ৰীভূতভাৱে সম্পন্ন কৰা নাই, তেনেহ’লে আৰম্ভ কৰক!

বেদৰ মতে, সূৰ্য হৈছে ঈশ্বৰৰ চকু। তেওঁ সৌৰ দেৱতা। গা ধুই উদীয়মান সূৰ্যলৈ চাই ঘিউ চাকি, ৰঙা ফুল, ধূপেৰে সূৰ্যৰ পূজা কৰাৰ পাছত সূৰ্য সন্তুষ্ট হয়। যেতিয়া তেওঁ সন্তুষ্ট হয়, তেওঁ ভক্তক সু-স্বাস্থ্য প্ৰদান কৰে, তেওঁক দীঘলীয়া জীৱন দিয়ে, লগতে তেওঁ ভক্তৰ জীৱনত সফলতা আনি দিয়ে।

কোৱা হয় যে, দুৰ্বাচাৰ অভিশাপত অভিশপ্ত হোৱা শ্ৰী কৃষ্ণপুত্ৰ শাম্ব সূৰ্যৰ আশীৰ্বাদত আৰোগ্য হৈছিল আৰু অভিশাপৰ পৰাও মুক্ত হৈছিল। সেয়েহে, আৰোগ্যৰ ক্ষেত্ৰত, সূৰ্যৰ পূজা কৰাৰ এক বিশেষ প্ৰথা আছে।

স্নানৰ অবিহনে সূৰ্যক উপাসনা কৰা উচিত নহয়। সাধাৰণতে ৰঙা আসনত বহি এই পূজা কৰা হয়। সূৰ্যপূজা সদায় তামৰ পাত্ৰত কৰা হয়। সূৰ্যই এইটো ধ্যান দিব লাগে যাতে, নৈবেদ্যৰ পানী কোনো ধৰণে মাটিত নপৰে।

ভক্তৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল, খালী চকুৰে আন কোনো দেৱতাক দেখা নাযায়, কেৱল সূৰ্য দেৱতাকহে খালী চকুৰে দেখা পোৱা যায়।

কেৱল দৈনিক সূৰ্যপূজাই নহয়, সূৰ্যৰ পূজা বা সূৰ্যৰ পূজাৰ সৈতে সম্পৰ্কিত বিভিন্ন প্ৰথা সংস্কৃতিত আছে। যেনে মকৰ সংক্ৰান্তি, কুম্ভ মেলা, ষটপূজা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ