--°C
Loading...
Listen to Article
2 min read
80%

১ ডিচেম্বৰ, ২০২১, বুধবাৰ

মেষ ৰাশি : এইৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটো শুভ ৷ শুভবাৰ্তা লাভ ৷ বহুতো ব্যক্তিৰ সৈতে সংযোগ স্থাপন হʼব ৷ আপুনি আজি আপোনাৰ ধন অতি সাৱধানে ব্যয় কৰিব, যি আপোনাৰ বিত্তীয় পৰিস্থিতি শক্তিশালী কৰিব।


বৃষ ৰাশি : এইৰাশিৰ জাতক-জাতিকাৰ দিনটো কিছু কঠিন হ’ব ৷ সজাগ আৰু সতৰ্কতা অৱলম্বন কৰা উচিত ৷ পৰিয়ালৰ সৈতে সম্পৰ্ক উন্নত ৷ 


মিথুন ৰাশি : এইৰাশিৰ জাতক-জাতিকাৰ দিনটো শুভ ৷ আপোনাৰ ব্যৱসায়িক খ্যাতি বৃদ্ধি হ’ব ৷ লক্ষ্যত সফল হ’ব৷ প্ৰেমিক সকলে আজি তেওঁলোকৰ সংগীৰ পৰা এটা উপহাৰ পাব পাৰে।


কৰ্কট ৰাশি : এইৰাশিৰ জাতক-জাতিকাই আজি স্বাস্থ্যৰ যতন লওক ৷  চাকৰিয়াল সকলৰ বাবে সন্মানৰ দিন হ’ব ৷ বন্ধু-বৰ্গৰ সৈতে সৰু যাত্ৰা হʼব পাৰে ৷ পৰীক্ষাত শিক্ষাৰ্থীসকলে কৰা প্ৰচেষ্টা সাৰ্থক হ’ব।


সিংহ ৰাশি : এইৰাশিৰ জাতক-জাতিকাৰ বৌদ্ধিক ক্ষমতা বৃদ্ধি পাব ৷ অৱশ্যে পৰিয়ালৰ সদস্যসকলৰ লগত মন নিমিলিবও পাৰে ৷ আৰ্থিক লাভৰ যোগ ৷ পৰিয়ালৰ বিবাহযোগ্য সদস্য এজনৰ বাবে এক উত্তম সুযোগ আহিব পাৰে৷


কন্যা ৰাশি : এইৰাশিৰ জাতক-জাতিকাৰ জীৱনত কিছু পৰিৱৰ্তন আহিব ৷ মানসিক আৰু শাৰীৰিকভাৱে হতাশাত ভুগিব পাৰে ৷ 


তুলা ৰাশি : এইৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটো শুভ ৷ পৰিয়ালৰ সৈতে সম্পৰ্ক শুভ ৷ প্ৰেমত শুভ ৷ নিজৰ কৰ্ম বা ব্যৱসায়ত মনোযোগ দিয়ক ৷ কর্ম ব্যস্ততা বৃদ্ধি ৷ ৰাজনীতিৰ দিশত কাম কৰা সকলৰ বাবে আজিৰ দিনটো এক ভাল দিন হ’ব। 


বৃশ্চিক ৰাশি : এইৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটো শুভ ৷ আয় বৃদ্ধি ৷ দুপৰীয়াৰ পিছত আপুনি খঙাল আৰু আক্ৰমাণাত্মক হোৱাৰ সম্ভাৱনা আছে ৷ বন্ধুবৰ্গৰ সৈতে বিবাদ হ’ব পাৰে ৷ মানসিক অস্থিৰতা অনুভৱ কৰিব পাৰে ৷


ধনু ৰাশি : এইৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটেত মানসিক অশান্তি হ’ব পাৰে ৷ এলাহ ভাৱ পৰিহাৰ কৰক ৷ কঠোৰ কাৰ্য সহজতে কৰি সফলতা লাভ কৰিব ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হʼব ৷ আপুনি আজি কাৰোবাৰ পৰা সন্মান লাভ কৰিব।


মকৰ ৰাশি : এইৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটো এক মিশ্ৰিত দিন ৷ লক্ষ্যত প্ৰায় সফল ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ প্ৰশংসা লাভ ৷ নতুনকৈ কৰ্ম আৰম্ভ কৰিব পাৰে ৷ চাকৰিয়াল সকলে তেওঁলোকৰ কামৰ ক্ষেত্ৰত আকাংক্ষিত কামৰ অভাৱৰ বাবে আজি অসুবিধাৰ সন্মুখীন হ’ব পাৰে। প্ৰেমত শুভ ৷


কুম্ভ ৰাশি : এইৰাশিৰ জাতক-জাতিকাই আজিৰ দিনটোত কৰ্ম-ব্যৱসায়ত মনোযোগ দিয়ক ৷ কর্মত ব্যস্ততা বৃদ্ধি ৷ মন পচন্দৰ কাৰ্যই আনন্দিত কৰি তুলিব ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷ ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব লাভ৷ আপুনি আজি কাৰোবাৰ পৰা সন্মান পাব।


মীন ৰাশি : এইৰাশিৰ জাতক-জাতিকাই আজিৰ দিনটোত নিজৰ ওপৰত ভাৰসা ৰাখক ৷ লক্ষ্যত সফল ৷ অৱশ্যে যুক্তিৰে সকলো কথা বিবেচনা কৰাটো প্ৰয়োজন ৷ আজি আপোনাৰ বাবে সন্মানৰ দিন হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ