--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : সনাতন ধৰ্মত বাস্তুশাস্ত্ৰৰ গুৰুত্ব অতি বিশেষ বুলি গণ্য কৰা হয়। সাধাৰণতে কোনো ব্যক্তিৰ ঘৰত বাস্তুৰ দোষ থাকে, তেন্তে ব্যক্তিজনে যথেষ্ট পৰিমাণে ধন উপাৰ্জন কৰিও ঋণগ্ৰস্ত হৈয়েই থাকে। এনে পৰিস্থিতিত যদি বাস্তুৰ প্ৰতিকাৰ গ্ৰহণ কৰা হয়, তেন্তে ইয়াৰ পৰা কিছু পৰিমাণে হ'লেও সকাহ পোৱা যায়। গতিকে বাস্তুৰ প্ৰতিকাৰ গ্ৰহণ কৰি ঋণৰ পৰা মুক্তি পোৱাৰ উপায়বোৰ জানো আহক।

ঘৰৰ কোন দিশত ধন ৰাখিব?
বাস্তুৰ নিয়ম মতে যদি আপুনি অধিক পৰিমাণে ঋণগ্ৰস্ত হয়, তেন্তে উত্তৰ দিশটো পৰিষ্কাৰ কৰি ৰাখক কাৰণ এনে কৰিলে ঘৰত ধনাত্মক শক্তি প্ৰবাহিত হয় আৰু মালক্ষ্মীৰ আগমন হয়। কাৰণ উত্তৰ দিশটো মালক্ষ্মী আৰু কুবেৰৰ দিশ বুলি কোৱা হয়।

ঋণ ঘূৰাই দিয়াৰ উত্তম দিন : যদি আপুনি কাৰোবাৰ পৰা ঋণ লৈছে, তেন্তে সেই ঋণ পাৰিলে মঙলবাৰে ঘূৰাই দিয়ক। কাৰণ ঋণ পৰিশোধৰ বাবে মঙলবাৰৰ দিনটোক সৰ্বোত্তম দিন বুলি গণ্য কৰা হয়। সেয়েহে যদি আপুনি মঙলবাৰে ঋণ পৰিশোধ কৰে, তেন্তে অতি সোনকালে আপোনাৰ বাকী সকলো ঋণ পৰিশোধ হৈ আপোনাৰ ঘৰত ধনৰ প্ৰবাহ অব্যাহত থাকিব।

আঁহত গছত পূজা কৰক : ঋণমুক্ত হ'বলৈ পাৰিলে শনিবাৰে আঁহত গছক পূজা কৰক। শনিবাৰৰ পুৱা গা ধুই আঁহত গছত চাকি জ্বলাই প্ৰাৰ্থনা কৰিব যাতে এই সমস্যাৰ পৰা অতি সোনকালে সকাহ পায়। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ