--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে শিৱসাগৰৰ সুপ্ৰিয় সংগীত দত্তই।

ৰাজস্থানৰ জয়পুৰত সংযুক্ত ভাৰতীয় খেল ফেডাৰেচনৰ অধীনত অনুষ্ঠিত 12th national gamesত Powerlifting বিভাগত ১০০ কেজি শাখাত অসমক প্ৰতিনিধিত্ব কৰি স্বৰ্ণপদক অৰ্জন যুৱকজনৰ।

৩১০ কেজি উত্তোলন কৰি স্বৰ্ণ পদক তথা ৰাষ্ট্ৰীয় ৰেকৰ্ড অৰ্জন কৰিবলৈ সক্ষম হৈছে সুপ্ৰিয়৷ 

বৰ্তমান শিৱসাগৰ বিশ্ববিদ্যালয়ত ফিল’চফী বিভাগত স্নাতক প্ৰথম চেমিষ্টাৰৰ ছাত্ৰ সুপ্ৰিয়৷

সুপ্ৰিয় সংগীত দত্ত শিৱসাগৰৰ ন-আলিৰ শ্ৰীমন্ত নগৰৰ বাসিন্দা প্ৰণৱজিৎ দত্ত আৰু মৃণালী শইকীয়াৰ পুত্ৰ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ