--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ইংলেণ্ডক আজি চতুর্থ খেলত ১৫ ৰানত হৰুৱাই ভাৰতে ৫খনীয়া টি-২০ শৃংখলা দখল কৰাটো নিশ্চিত কৰে।

খেলখনত ভাৰতে প্রথমে বেট ধৰি শিভম ডুবে (৫৩) আৰু হার্ডিক পাণ্ডিয়াৰ (৫৩) এটাকৈ অর্ধ শতৰানৰ সহায়ত ৯ উইকেটত ১৮১ ৰান কৰে।

ৰিংকু সিঙে ৩০ আৰু অভিষেক শৰ্মাই ২৯ ৰানৰ বৰঙনি যোগায়। ইংলেণ্ডৰ ছাকিব মেহমুদে ৩টা আৰু জেমি অভাৰটনে দুটা উইকেট লাভ কৰে। 

প্ৰত্যুত্তৰত ইংলেণ্ডে হেৰি ব্ৰুকৰ ৫১ ৰান সত্ত্বেও ১৯.৪ অ'ভাৰত ১৬১ ৰানত অল আউট হয়। 

ব্ৰুকৰ উপৰি বেন ডাকেটে ৩৯ আৰু ফিলিপ ছল্টে ২৩ ৰান কৰে। ভাৰতৰ ৰবি বিষ্ণই আৰু হৰ্ষিত ৰানাই তিনিটাকৈ উইকেট দখল কৰে। আনহাতে বৰুণ চক্রবর্তীয়ে পায় দুটা উইকেট।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
ইউৰোপত উৎকট গৰম; ১০ সহস্রাধিক লোকৰ মৃত্যু
অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত আধুনিক ৰূপ লাভ কৰিলে মাজবাট ৰে’লৱে ষ্টেচনে
লক্ষ্ণৌৰ 5-ষ্টাৰ হোটেলত ৰহস্যজনক অৱস্থাত যুৱ বিজ্ঞানীৰ মৃতদেহ উদ্ধাৰ, বিচনাৰ কাষত পোৱা গ’ল বমিৰ দাগ
বান গ’ল, কিন্তু শেষ হোৱা নাই দুৰ্ভোগ; নৰক যন্ত্ৰণা, আৱৰ্জনা, দুৰ্গন্ধ আৰু ৰোগৰ আতংকত জোনাইৰ মধুপুৰ-অৰুণ চাপৰি ৰাইজ
বজালীত শোকাৱহ অঘটন; কালদিয়া নৈ পাৰ হ’বলৈ গৈ উটি গ’ল বৃদ্ধ কৃষক
অতি উপকাৰী পাচলি কোমোৰা; গুণাগুণসমূহ জানো আহক
বিষ্ণয় গেঙৰ সন্ধানত অপাৰেশ্যন ‘হার্ড বল’
পৰাজয়ৰ ক্ষোভত ফাটি পৰিছে ইজিপ্ত; আর্জেণ্টিনাৰ বিজয়ক ‘ফিক্সিং’ আখ্যা ইজিপ্তৰ
যুদ্ধ আৰম্ভ, লগে লগে শ্বেয়াৰ বজাৰত বিপৰ্যয়; খাৰুৱা তেলৰ দাম ৬% বৃদ্ধি
নাৰায়ণপুৰৰ ধলপুৰত শহুৰেকৰ ঘৰত হাতত চোকা দা লৈ জোঁৱায়েকৰ ভয়ংকৰ তাণ্ডৱ
শিক্ষকতাত কালিমা! আনৰ পত্নীৰ সৈতে অবৈধ সম্পৰ্ক স্থাপন কৰিবলৈ গৈ আৰক্ষীৰ জালত পৰিল ধুবুৰীৰ এজন প্ৰধান শিক্ষক
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
Advertisement