--°C
Loading...
Listen to Article
2 min read
80%

৫ ডিচেম্বৰ,২০২১

১. মেষ ৰাশি (অ,ল)- মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজি দিনটো বিদ্যাৰ্থীসকলৰ শুভ হ'ব, শত্ৰু জয় হ'ব। আৰ্থিক দিশত শুভ হ'ব লগতে সন্মান বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

২. বৃষ ৰাশি(উ,ব,ই)- বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত পাৰিবাৰিক সুখ বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে ভ্ৰমণত সামান্য কষ্ট পাব পাৰে লগতে আজি আপুনি সকলো দিশতে সজাগ হোৱাটো ভাল হ'ব।

৩. মিথুন ৰাশি (ক,ছ)- মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত উত্তম ভোজন লাভ হ'ব, আৰ্থিক দিশত শুভ হ'ব, কৰ্মত ক্ষেত্ৰত সন্মান বাঢ়িব যদিও আজি আপুনি নিজৰ স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ'ব।

৪. কৰ্কট ৰাশি( ড,হ)- কৰ্কত ৰাশিৰ জাতক-জাতিকাসকল আজি মনৰ আশা পুৰণ হ'ব। প্ৰেমত শুভ হ'ব যদিও আজি আপুনি সজাগ নহ'লে শৰীৰত সামান্য এলাহ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৫. সিংহ ৰাশিৰ (ম,ট)- সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত আগ্ৰহ বাঢ়িব, কৰ্মত জনপ্ৰিয়তা বাঢ়িব, লগতে আজি আপোনাৰ ব্যস্ততা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৬. কন্যা ৰাশি (প,ঠ)- কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত সন্তানৰ সুখ লাভ হ'ব। আত্মীয় পৰিয়ালক আজি সময় দিব পাৰিব। কৰ্মত শুভ হ'ব, লগতে আজি আপোনাৰ আৰ্থিক দিশত শুভ হোৱাৰ যোগ দেখা যায়।

৭. তুলা ৰাশি (ৰ,ত): - তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত সামাজিক কৰ্মত জনপ্ৰিয়তা বাঢ়িব লগতে আজি আপুনি ভ্ৰমণৰ সুযোগ পাব যদিও সজাগ নহ'লে সামান্য কষ্ট হোৱাৰ যোগ দেখা যায়‌।

৮. বৃশ্চিক ৰাশি (ন,য)- বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত সামান্য মনত চিন্তা বাঢ়িব,যদিও আজি আপুনি ভ্ৰমণৰ সুযোগ লাভ কৰিব লগতে আজি আপুনি সামাজিক কৰ্মত ব্যস্ত হোৱাৰ সুযোগ লাভ হোৱাৰ যোগ দেখা যায় ।

৯. ধনু ৰাশি (ধ,ভ)-ধনু ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত শুভকৰ্মলৈ আজি নিমন্ত্ৰণ পাব পাৰে যদিও আজি আপুনি কৰ্মত সজাগ নহলে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি (খ,জ)- মকৰ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত সম্পত্তি বাঢ়িব, বিবাদ নিস্পত্তি হোৱাৰ সুযোগ পাব পাৰে, যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য চিন্তা বৃদ্ধি যোগ দেখা যায়।

১১. কুম্ভ ৰাশি(গ,শ,স)- কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্ম পৰিবৰ্তন হ'ব পাৰে, কৰ্মত ক্ষেত্ৰত সামান্য বিৰোধিতাৰ সন্মুখীন হ'ব পাৰে, লগতে আপুনি যান-বাহনৰ পৰা সাৱধান হোৱাটো ভাল হ'ব।

১২. মীন ৰাশি(দ,চ)- মীন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত আৰ্থিক দিশত মধ্যম হ'ব লগতে আজি আপোনাৰ কৰ্মত সফলতা লাভ হোৱাৰ যোগ দেখা যায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ