--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : শনিবাৰ ইং ১৯ মাৰ্চ, ২০২১ মেষ: এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটোত শাৰিৰীক বা মানসিকভাৱে কিছু কষ্ট হ’ব পাৰে। বন্ধু বৰ্গৰ উপদেশ শুনাৰ আগত নিজে চিন্তা কৰক। ভ্ৰমণৰ যোগ দেখিবলৈ পোৱা যায়। বৃষ: এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটোত যাত্ৰাৰ সময়ত বিশেষকৈ গাড়ী চলাওতে সাৱধান হ’ব । আপোনাৰ বিচ্ছেদ হোৱা সম্পৰ্ক ভাল হ’ব পাৰে। মিথুন: এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটো আপোনাৰ বাবে শুভ। খৰচ বৃদ্ধি পাব। আনক সহায় কৰক। কৰ্কট: এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটোত খৰচ কৰাৰ আগত চিন্তা কৰিব। প্ৰেমত ইমান ভাল নহয়। কোনো কাম কৰাৰ আগতে কাৰোবাৰ উপদেশ লওক। উপহাৰ পাব পাৰে। সিংহ: এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটোত কাৰোবাৰ লগত কাজিয়া হ’ব পাৰে যাৰ বাবে মানসিক ভাৱে অশান্তি পাব পাৰে। আৰ্থিক দিশত ভাল, অত্যাধিক খৰচ হ’ব পাৰে। কন্যা: এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটোত আনে আপোনাৰ কৰ্মৰ পৰা সুখী হ’ব । অৱশ্যে খৰচ অধিক হোৱাৰ সম্ভাৱনা। প্ৰেমত শুভ। তুলা: এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটোত হৃদৰোগীসকলে স্বাস্থ্যৰ যত্ন লওক। বিশ্বাস কৰা জনৰ ওপৰতহে ধন খৰচ কৰিব। নভবাকৈ কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব। বৃশ্চিক: এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটোত যাত্ৰাৰ‌ দিশটো শুভ নহয়। সামাজিক আৰু ধৰ্মীয় দিশত ভাল। ধনু: এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটোতদিনটো ভালকৈ যাব । স্বাস্থ্যত মন দিয়ক। দান কৰক। কাৰোবাৰ লগত বিবাদ হ’ব পাৰে। মকৰ: এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটো ভালেই যাব। প্ৰিয়জনৰ লগত ভাল। বৈবাহিক জীৱন শান্তিময় হ’ব । কুম্ভ: এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটো ব্যস্ততাপূৰ্ণ হ’ব । চাকৰিৰ দিশত ভাল। ইন্টাৰভিউ দিব গ’লে ধৈৰ্য সহকাৰে কাম কৰিব। মীন: এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটোত কিবা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’বলগীয়াত পৰিব পাৰে। সেইবাবে চিন্তিত হ’ব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ