--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দৈনন্দিন খাদ্য সামগ্ৰীৰ অন্তৰ্ভূক্ত হোৱা এক স্বাস্থ্য লাভকাৰী মছলাজাতীয় পাচলি হৈছে নহৰু (Garlic)। ব্যঞ্জনসমূহ সুস্বাদু কৰাত অৰিহনা যোগায় নহৰুৱে। বিভিন্ন ভিটামিন, খনিজ উপাদান তথা অন্যান্য পুষ্টিকৰ উপাদানেৰে ভৰপূৰ এই শাক-পাচলি, মছলা আদিবোৰে বিভিন্ন শাৰীৰিক সমস্যা বা ৰোগ দূৰত ৰখাত সহায় কৰে। নহৰু ৰাতি খালে বহু ভাল লাভ কৰিব পাৰি। নহৰু সকলোৰে পাকঘৰত সহজেই পোৱা যায়। গতিকে ইয়াক খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰাৰ লগতে ৰাতি শোৱাৰ আগত খালে কি কি উপকাৰিতা লাভ কৰিব পাৰি জানো আহক। 

শোৱাৰ পূৰ্বে নহৰু খালে কি হয়

১)ৰাতি নহৰু খালে কলেষ্টেৰল নিয়ন্ত্ৰণ হয়।

২)ওজন কমাবলৈও ই অতি উপযোগী।

৩)চৰ্দি জ্বৰ হোৱা লোকে ইয়াক ব্যৱহাৰ কৰিব পাৰে।



৪)হাড়ৰ বিকাশৰ বাবেও ই অতি উপকাৰী।

৫)ইমিউনিটি বৃদ্ধি কৰে।

৬)স্মৃতিশক্তি বৃদ্ধিৰ বাবে নহৰু অতি উপযোগী।

৭)শাৰীৰিক দুৰ্বলতা থকা পুৰুষৰ বাবে নহৰু অতি উপযোগী। 

বিঃদ্ৰঃ ইয়াত দিয়া তথ্যসমূহ ঘৰুৱা প্ৰতিকাৰ আৰু সাধাৰণ তথ্যৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে। গ্ৰহণ কৰাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লওক।



FOLLOW US F
POPULAR
FEATURE
TRENDY
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
‘সংসদ চল’ সমদলত আৰক্ষীৰ কাৰ্যকলাপ সন্দৰ্ভত জৰুৰী শুনানি অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ