--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ কিংবদন্তি বেটছমেন বিৰাট কোহলীক লৈ সমগ্ৰ বিশ্বই উন্মাদ হৈ পৰিছে। তেওঁৰ অনুৰাগী সমগ্ৰ বিশ্বতে উপস্থিত। পাকিস্তানতো বিৰাট কোহলীৰ প্ৰবল অনুৰাগী-অনুগামী আছে।

মাজে মাজে পাকিস্তানত কোহলীৰ উন্মাদনাৰ কাহিনী শুনা আৰু দেখা যায়। এইবাৰ পাকিস্তানীসকলে বিৰাট কোহলী জিন্দাবাদৰ শ্লোগান উত্থাপন কৰিছে। আনহাতে তেওঁ নিজৰ দেশৰ তাৰকা খেলুৱৈ বাবৰ আজমক উদ্দেশ্যি কোহলীৰ তুলনাত বাবৰ একো নহয় বুলিও দাবী জনায়। এফালে পাকিস্তানী অনুৰাগীয়ে কোহলীক আদৰ দিলে আৰু আনফালে বাবৰ আজমক ধমক দিলে।

১৪ ফেব্ৰুৱাৰীত সমাপ্ত হোৱা ট্ৰাই ছিৰিজৰ তিনিওখন মেচতে বাবৰ আজমৰ প্ৰদৰ্শন আছিল শোচনীয়। তিনিওখন মেচতে তেওঁ এটা ডাঙৰ ইনিংছ খেলিব সক্ষম নহ’ল। ১৪ ফেব্ৰুৱাৰীত নিউজিলেণ্ড আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হোৱা ট্ৰাই ছিৰিজৰ ফাইনেল খেলখনতো বাবৰ আজম ব্যৰ্থ হৈছিল আৰু পাকিস্তানও পৰাস্ত হৈছিল। পৰাজয়ৰ পিছত পাকিস্তানী অনুৰাগীৰ ক্ষোভৰ সৃষ্টি হয় আৰু তেওঁলোকে ষ্টেডিয়ামৰ বাহিৰত বাবৰ আজমক ট্ৰ’ল কৰি কোহলী জিন্দাবাদ...কোহলী জিন্দাবাদৰ শ্ল’গান দিবলৈ আৰম্ভ কৰে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ