--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ডুবাইত উপস্থিত হোৱাৰ পাছতেই অনুশীলনত নামিল ভাৰতীয় দল। চেম্পিয়নছ ট্ৰফী আৰম্ভ হোৱাৰ আগেয়ে প্রস্তুতিত ব্যস্ত হ'ল ৰোহিত শৰ্মা বাহিনী। বাংলাদেশৰ বিৰুদ্ধে ২০ ফেব্ৰুৱাৰীত প্ৰথম খেলত নমাৰ আগে আগে আই চি চিৰ একাডেমিত অনুশীলন আৰম্ভ কৰিলে ভাৰতে। 

উল্লেখযোগ্য যে হোটেলৰ পৰা একেলগে অনুশীলনলৈ গৈ একেলগে ঘূৰি অহাৰ নিয়ম বান্ধি দিছে ব'ৰ্ডে। সেই নিয়ম অনুযায়ী সমগ্র দলে বাছেৰে অনুশীলনস্থলীত উপস্থিত হয়। অনুশীলনৰ সময়ত অধিনায়ক ৰোহিত আৰু মুখ্য প্রশিক্ষক গৌতম গম্ভীৰক আলোচনাত ব্যস্ত থকা পৰিলক্ষিত হয়। বলিং প্রশিক্ষক মর্নে মর্কেলেও তেওঁলোকৰ সৈতে যোগ দিয়ে। আসন্ন চেম্পিয়নছ টুফীত বাংলাদেশৰ বিৰুদ্ধে প্রথম ২৩ খেলত নমাৰ পাছত চিৰবৈৰী পাকিস্তানৰ বিপক্ষে ফেব্ৰুৱাৰীত মুখামুখি হ'ব ভাৰত। আনহাতে, নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতে গ্ৰুপৰ অন্তিম মেচ খেলিব ২ মার্চত। উল্লেখযোগ্য যে ১৯৯৮ চনত আৰম্ভ হোৱা চেম্পিয়নছ ট্রফী এই প্রথমবাৰলৈ পাকিস্তানে আয়োজন কৰিব। অৱশ্যে পাকিস্তানৰ পৰিৱৰ্তে ভাৰতে নিজৰ সকলো মেচ ডুবাইত খেলিব।

(উৎসঃ দৈনিক জনমভূমি)


FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ