--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিপিএছচিৰ ছাত্ৰ-ছাত্ৰীৰ সমৰ্থনত ২ জানুৱাৰীৰ পৰা আমৰণ অনশনত বহা কৰা জনসুৰাজ পাৰ্টিৰ প্ৰতিষ্ঠাপক প্ৰশান্ত কিশোৰৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে পাটনাৰ মেদান্ত হাস্পতালৰ আই চি ইউত ভৰ্তি কৰোৱা হৈছে। জানিব পৰা মতে চিকিৎসালয়লৈ যোৱাৰ পূৰ্বে তেওঁৰ অনশন অব্যাহত থাকিব বুলি উল্লেখ কৰিছিল। 

উল্লেখযোগ্য যে ২ জানুৱাৰীৰ সন্ধিয়া ৫ বজাৰ পৰা প্ৰশান্ত কিশোৰে বি পি এছ চিৰ প্ৰাৰ্থীৰ সমৰ্থনত অনশনত বহিছিল। ৬ জানুৱাৰীত তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ পিছতে তেওঁক পাটনা অসামৰিক আদালতত হাজিৰ কৰোৱা হয়।

 তেওঁক ২৫ হাজাৰৰ ব্যক্তিগত বণ্ডত জামিন আদালতৰ পৰা জামিন পাইছিল যদিও চৰ্তসাপেক্ষ জামিন ল’বলৈ সাজু নাছিল। সেয়ে পি আৰ বণ্ডত স্বাক্ষৰ কৰা নাছিল প্ৰশান্ত কিশোৰে। অৱশেষত ৬ জানুৱাৰীত আদালতে তেওঁক দিনটোৰ শেষলৈ বিনাচৰ্ত জামিন প্ৰদান কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বজালীত শোকাৱহ অঘটন; কালদিয়া নৈ পাৰ হ’বলৈ গৈ উটি গ’ল বৃদ্ধ কৃষক
কমনৱেলথ গেমছলৈ নির্বাচিত তেজপুৰৰ লিছা দাস
NHPCয়ে সোৱণশিৰিত, নীপকোৱে ৰঙানদীত এৰিলে পানী
কেৱল সোৱাদতেই নহয়, বহু উপকাৰী গুণেৰেও অতুলনীয় খৰিচা
বৰপেটাৰোডত যান-বাহনৰ ভাড়া বৃদ্ধিৰ বিৰুদ্ধে ৰাজপথত কলেজীয়া ছাত্ৰৰ তীব্ৰ প্ৰতিবাদ
বিশ্বত পুনৰ শক্তি সংকটৰ আশংকা; ইৰানী সেনাই বন্ধ কৰিলে হৰমুজ প্রণালী
ৰাজ্যত পঞ্জীয়নকৃত নিবনুৱাৰ সংখ্যা ১৫,৪৩,৩৫০জন
‘ডিজিটেল স্ক্ৰীনৰ পৰা আঁতৰি মামাৰ ঘৰলৈ যোৱা...’ গৰমৰ বন্ধত ভাগিনসকললৈ মুখ্যমন্ত্ৰীৰ মুকলি চিঠি
গুৱাহাটী ৰে’লৱে ষ্টেচনত ১১ সন্দেহজনক বাংলাদেশী আটক; চেন্নাইলৈ যোৱাৰ চেষ্টা ব্যৰ্থ কৰিলে RPFএ
চামগুৰিত ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ
ৰাষ্ট্ৰপতিয়ে মুকলি কৰিলে ডুৰাণ্ড কাপৰ ট্ৰফী; ১৬-১৭ জুলাইত গুৱাহাটীত হ’ব প্রদর্শন
মহাকাব্যিক প্ৰত্যাৱৰ্তন
অতি উপকাৰী পাচলি কোমোৰা; গুণাগুণসমূহ জানো আহক
বিষ্ণয় গেঙৰ সন্ধানত অপাৰেশ্যন ‘হার্ড বল’
Advertisement