--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানী অভিনেত্ৰী ছেহৰ শ্বিনৱাৰীয়ে ভাৰতক পৰাস্ত কৰিলে ছাকিব আল হাছানৰ সৈতে ঢাকালৈ গৈ মাছ খোৱাৰ কথা কৈছিল। সেই মেচখনত বাংলাদেশ পৰাজিত হোৱাত তেওঁ হতাশ হৈছিল। বাবৰ আজম বাহিনীৰ প্ৰদৰ্শনে তেওঁৰ হতাশা বৃদ্ধি কৰিলে।

পাকিস্তান দলৰ সৈতে এইবাৰ বিশ্বকাপত ভাল ফলৰ আশা কৰিছিল ছেহাৰে। কিন্তু নিৰাশ হয় অভিনেত্ৰী। ছচিয়েল মিডিয়াত ক্ষোভ প্ৰকাশ কৰে। তেওঁ নিৰ্বিচাৰে বাবৰৰ দলটোক আক্ৰমণ কৰে।

ছেহাৰে লিখিছে, ‘পাকিস্তান ক্ৰিকেট দলে কেৱল ৰাজনৈতিক আৰু ধৰ্মীয় বক্তব্যৰে অনুৰাগীক বোকা পানী খুৱাব পাৰে। পাৰফৰ্মিং তেওঁলোকৰ টু-ডু লিষ্টত নাই। বাবৰ আজমকে ধৰি সকলোৱে ৰিজাইন নিদিয়ালৈকে আমি পাকিস্তানৰ সকলো ৰাজপথতে প্ৰতিবাদ কৰিম।''
 
উল্লেখ্য যে পাকিস্তানৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী ছেহাৰ। ছ’চিয়েল মিডিয়াত তেওঁৰ ফ’ল’ৱাৰৰ সংখ্যা প্ৰায় ডেৰ লাখ। বিশ্বকাপৰ সময়ত তেওঁৰ বিভিন্ন মন্তব্য ছচিয়েল মিডিয়াত প্ৰকাশ পাইছে। বাংলাদেশ দলক প্ৰেৰণা দিবলৈ সদায় চেষ্টা কৰি থকা। কেতিয়াবা নিজৰ দেশৰ দল। ক্ৰিকেটপ্ৰেমী অভিনেত্ৰীগৰাকীয়ে ছাকিব বা বাবৰৰ ব্যৰ্থতাত নিজৰ হতাশা লুকুৱাই ৰখা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ