--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এদিনীয়া ক্ৰিকেটত প্ৰথমবাৰৰ বাবে পাকিস্তানক পৰাস্ত কৰে আফগানিস্তানে। তাকো বিশ্বকাপৰ মঞ্চত। বিশ্বকাপৰ মঞ্চত পাকিস্তানে কেতিয়াও ২৮২ ৰান বা তাতকৈ অধিক ৰান কৰি পৰাস্ত হোৱা নাছিল। এইটোৱেই প্ৰথম পৰাজয়। তাৰ লগতে আফগানিস্তানে সৌৰভ গাংগুলীৰ দলৰ অভিলেখো ভংগ কৰে।

ইয়াৰ পূৰ্বে বিশ্বকাপত আফগানিস্তানে মাত্ৰ দুবাৰহে জয়লাভ কৰিছিল। সোমবাৰে তৃতীয়খন খেলত জয়লাভ হয়। ইয়াৰ পূৰ্বে পাকিস্তানৰ বিৰুদ্ধে এদিনীয়া ৭খন মেচত পৰাস্ত হৈ অৱশেষত ২৮২ ৰান খেদি ৰছিদে জয়লাভ কৰে।

ইয়াৰ পূৰ্বে বিশ্বকাপৰ মঞ্চত পাকিস্তানৰ বিৰুদ্ধে সৰ্বাধিক ৰান খেদি জয়ী হোৱাৰ ভাৰতৰ অভিলেখ আছিল। ২০০৩ চনত দক্ষিণ আফ্ৰিকাত ২৭৬ ৰান খেদি খেদি জয়ী হৈছিল সৌৰভৰ ভাৰতে। সেইটোৱেই আছিল বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে সৰ্বাধিক ৰান খেদি ফুৰাৰ অভিলেখ। আফগানিস্তানে সেইটো ভাঙি পেলালে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ