--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেইবাখনো পৰাস্ত হোৱাৰ পাছত ব্যৰ্থতা মানি ল’লে বাংলাদেশৰ অধিনায়ক ছাকিব আল হাছানে। হতাশ হ’লেও এতিয়া তেওঁ হাৰ মানিবলৈ অনিচ্ছুক। তেওঁ বিশ্বকাপৰ ছেমি ফাইনেললৈ যোৱাৰ আশা এৰি দিয়া নাই।

বাংলাদেশৰ অধিনায়কগৰাকীয়ে কয়, ‘আমি হয়তো বেটিং অৰ্ডাৰৰ শীৰ্ষত মুছফিকুৰ ৰহিম আৰু মাহমুদুল্লাহ ৰিয়াদক অনাৰ কথা ভাবিব লাগিব। দুয়োজনেই ফৰ্মত আছে। কিন্তু বাকীসকলে অধিক দায়িত্ব ল’ব লাগিব।”

বাংলাদেশৰ অধিনায়কগৰাকীয়ে বিশ্বকাপ কোনে জয়ী হ’ব পাৰে সেই কথাও উল্লেখ কৰে৷ ছাকিবে কয়- ''পৰিস্থিতি হৈছে ভাৰত, নিউজিলেণ্ড বা দক্ষিণ আফ্ৰিকাৰ মাজৰ যিকোনো দলে চেম্পিয়ন হ’ব পাৰে। কিন্তু এতিয়াও বহু খেল বাকী আছে। বহু কথা হ’ব পাৰে।’’

নিজৰ দলৰ বিষয়ে তেওঁ কয়- ''আমাৰ বহুত শিকিবলগীয়া আছে। ভাল খেলিব লাগিব। আমি ভাল ঠাইত শেষ কৰিব বিচাৰো। ছেমি ফাইনেলত প্ৰৱেশ নকৰিলেও আমি অন্ততঃ প্ৰথম ছটা দলত থাকিব বিচাৰো। কিন্তু এতিয়াও আশা আছে। মই আৰু শক্তিশালী হৈ ঘূৰি আহিম বুলি আশাবাদী।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
EDৰ তালাচীত হস্তক্ষেপ কৰা মমতা বেনার্জীক ভর্ৎসনা উচ্চতম ন্যায়ালয়ৰ
গুৱাহাটীত অঘটন! উবেৰত গৈ থকা অৱস্থাত নিৰুদ্দিষ্ট শিক্ষয়িত্ৰী
পুনৰ মহানগৰীৰ স্মাৰ্ট আৰক্ষীক চেলেঞ্জ চোৰৰ
স্বাস্থ্যৰ ক্ষতি নকৰিব; কি খাদ্যৰ লগত কি খাদ্য খাব নালাগে জানি লওক
আমেৰিকা-ইজৰাইলৰ প্রবল আক্রমণৰ পাছতো ক্ষেপণাস্ত্র-ড্র’ন অক্ষত অৱস্থাত মজুত হৈ আছে ইৰানৰ
মেৰাপানীত অৰুণাচলী সুৰা ভৰ্ত্তি এখন বৃহৎ ট্ৰাক জব্দ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান