--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৯৭৫ চনৰ প্ৰথম বিশ্বকাপত দেখা গৈছিল। ২০২৩ চনত দ্বিতীয়বাৰৰ বাবে সেয়া দেখা গৈছে। বিশ্বকাপত ভাৰতৰ বিৰুদ্ধে ৪৮ বছৰীয়া খৰাং পৰিস্থিতি ভংগ কৰিলে নিউজিলেণ্ডে। ভাৰতৰ বিৰুদ্ধে পুনৰ এজন কিউই বেটছমেনে বিশ্বকাপত শতক অৰ্জন কৰে।

১৯৭৫ চনৰ বিশ্বকাপত ভাৰতৰ বিৰুদ্ধে গ্লেন টাৰ্নাৰে শতক অৰ্জন কৰিছিল। সেই শতকটো আহিছিল মানচেষ্টাৰৰ মেচত। তাৰ পিছৰ পৰা কোনো নিউজিলেণ্ডৰ বেটছমেনে ভাৰতৰ বিৰুদ্ধে কোনো বিশ্বকাপত শতক অৰ্জন কৰিব পৰা নাই। মিচেলে সেই ধাৰাটো ভাঙি পেলালে। ৪৮ বছৰৰ পাছত ভাৰতৰ বিৰুদ্ধে শতক অর্জন কৰে৷

বিশ্বকাপত মিচেলৰ এয়া প্ৰথম শতক। এদিনীয়াত এয়া তেওঁৰ পঞ্চমটো। ৰাজস্থান ৰয়েলছৰ বেটছমেন এই বিশ্বকাপত ভাল ফৰ্মত আছে। হায়দৰাবাদত নেদাৰলেণ্ডৰ বিৰুদ্ধে তেওঁ ৪৮ ৰান সংগ্ৰহ কৰে। ইয়াৰ পিছত চেন্নাইৰ স্পিন এচিষ্টেড পিটচত বাংলাদেশৰ বিৰুদ্ধে ৮৯ ৰানত অপৰাজিত হয়। বিশ্বকাপত সৰ্বাধিক ৰান সংগ্ৰহ কৰা প্ৰথম পাঁচজন বেটছমেনৰ তালিকাত তেওঁৰ নাম আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement