--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চলিত বিশ্বকাপত একেৰাহে চাৰিখন খেলত পৰাস্ত হৈছে পাকিস্তান। ভাৰত, অষ্ট্ৰেলিয়া, আফগানিস্তানৰ পাছত শুকুৰবাৰে দক্ষিণ আফ্ৰিকাৰ হাতত পৰাস্ত হ’বলগীয়া হৈছিল বাবৰ আজমে।

এই পৰাজয়ে পাকিস্তানৰ ছেমি ফাইনেলত প্ৰৱেশৰ সপোনত ডাঙৰ আঘাত হানিছিল। একেৰাহে চাৰিটা পৰাজয়ৰ ফলত বাবাৰে বিশ্বকাপত এক লজ্জাজনক নজিৰ গঢ়ি তুলিছে।

এইবাৰ বিশ্বকাপত একেৰাহে চাৰিখন মেচত পৰাস্ত হৈছে পাকিস্তান। ইয়াৰ পূৰ্বে বিশ্বকাপত একেৰাহে চাৰিখন মেচত পৰাস্ত হোৱা নাই। এই ধাৰাবাহিক ব্যৰ্থতাৰ ফলত পাকিস্তান হতাশ।

অৱশ্যে ছেমি ফাইনেলত প্ৰৱেশৰ আশা এতিয়াও আছে। তাৰ বাবে বাবৰে প্ৰথমে বাকী তিনিখন মেচত জয়ী হ’ব লাগিব। ইয়াৰ পিছত আমি আন দলবোৰৰ ফলাফল চাব লাগিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ