--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পেৰিছ এআই সন্মিলনত ভাগ ল’বলৈ ফ্ৰান্সত উপস্থিত হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ এই সন্মিলন ভাৰতৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে কূটনৈতিক মহলত ৷


বিশ্বৰ ৯০ ৰাষ্ট্ৰই অংশগ্ৰহণ কৰা এই পেৰিছ  এআই সন্মিলনৰ উপাধ্যক্ষ হ’ব প্ৰধানমন্ত্ৰী মোদী ৷ এই সন্মিলনত এআইক লৈ প্ৰস্তুত কৰা হ’ব কিছু নীতি-নিৰ্দেশনা, এআইৰ বিকাশ আৰু প্ৰত্যাহ্বান সন্দৰ্ভতো আলোচনা কৰা হ’ব পেৰিছত অনুষ্ঠিত এই সন্মিলনত ৷

কিন্তু ভাৰতৰ বাবে পেৰিছ এআই সন্মিলন কিয় গুৰুত্বপূৰ্ণ? 

এই সন্মিলনত উপাধ্যক্ষতা কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ এআইৰ ক্ষেত্ৰত বিশ্বৰ চতুৰ্থ স্থানত ভাৰত ৷ কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে মানৱ সমাজৰ বিকাশ সাধন কৰাই হৈছে ভাৰতৰ মূলমন্ত্ৰ ৷ এআইৰ অপব্যৱহাৰ প্ৰতিৰোধ কৰাটো অগ্ৰাধিকাৰ দিব ভাৰতে ৷


ফ্ৰান্স ভ্ৰমণ সামৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত হ’ব আমেৰিকাত ৷ ড'নাল্ড ট্ৰাম্পৰ সৈতে ভাৰত আমেৰিকাৰ সম্পৰ্ক শক্তিশালী কৰাৰ লগতে এআইকলৈ বিভিন্ন চৰ্চা কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে, যাৰ বাবে প্ৰধানমন্ত্ৰী মোদীৰ ফ্ৰান্স আৰু আমেৰিকা ভ্ৰমণ অতিকৈ গুৰুত্বপূৰ্ণ হিচাপে বিবেচনা কৰা হৈছে ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ