--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • দ্বীপজ্যোতি দাস নামৰ যুৱকগৰাকীয়ে কালি পুৱা ৮ বজাত আৰম্ভ কৰা যাত্ৰা আজি আবেলি ৩-৩০ মিনিটত জুবিনক্ষেত্ৰত সামৰণি পেলায়।

ডিজিটেল ডেস্কঃ  জুবিন গাৰ্গৰ প্ৰতি অকৃত্ৰিম ভালপোৱাৰ অনন্য নিদৰ্শন দেখুৱালে এগৰাকী যুৱকে। জুবিনবিহীনতাৰ সময়ে সকলোকে বৰ বেয়াকৈ দহিছে, এনে সময়তে ভিন্ন জনে জুবিন গাৰ্গৰ প্ৰতি থকা প্ৰেম প্ৰকাশ কৰিছে ভিন ভিন ধৰণেৰে। 


জুবিন গাৰ্গৰ প্ৰতি অপৰিসীম প্ৰেম থকা এগৰাকী যুৱকে  বোকাখাতৰ কুৰুৱাবাহীৰ পৰা দৌৰি দৌৰি আহি জুবিনক্ষেত্ৰত উপস্থিত হয়।


দ্বীপজ্যোতি দাস নামৰ যুৱকগৰাকীয়ে কালি পুৱা ৮ বজাত আৰম্ভ কৰা যাত্ৰা আজি আবেলি ৩-৩০ মিনিটত জুবিনক্ষেত্ৰত সামৰণি পেলায়।


জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ বাবে দ্বীপজ্যোতি দাসে অবিৰতভাৱে এনেদৰে দৌৰা বুলি জানিবলৈ দিয়ে।


আনহাতে জুবিন গাৰ্গৰ স্মৃতিত নাহৰৰ পুলিও‌ ৰোপণ কৰে যুৱকগৰাকীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
ধুবুৰীত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন
লাল চাহৰ স্বাস্থ্য উপকাৰিতাৰ কথা জানেনে? জানিলে আচৰিত হ’ব
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
বজালীৰ ৰিহাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন যুৱক
সন্ধানহীন পুত্ৰৰ ফটো হাতত লৈ বালিপৰাৰ বাটে বাটে ঘূৰিছে এগৰাকী মাতৃ
নুমলীগড়ত চাঞ্চল্য! ভাড়াতীয়াৰ অত্যাচাৰত আনৰ ঘৰত লৈছে আশ্ৰয় লৈছে বৃদ্ধা মালিকে
মুকালমুৱাত অবৈধ ট্ৰামাডল টেবলেটসহ এজন আটক
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা