--°C
Loading...
Listen to Article
2 min read
80%
মেষ ৰাশিঃ স্বাস্থ্য উন্নত হ'ব৷ ব্যায়াম কৰা অভ্যাসটো দিনৰ ৰুটিনৰ লগত অন্তৰ্ভুক্ত কৰক আৰু নিয়মিত ৰখাৰ চেষ্টা কৰক। আপোনাৰ ঘৰৰ পৰিয়ালৰ মাজত শান্তি বৰ্তি থাকিব। প্ৰেমত মধুৰতা।

বৃষ ৰাশি : ব্যয় বৃদ্ধি। আপোনাৰ শাৰীৰিক অৱস্থা অধিক ভাললৈ আহিব। আপোনাৰ ওচৰত হঠাৎ ভাল মানুহৰ সংযোগ ঘটিব। সন্তানৰ শুভ।

মিথুন ৰাশি : মিথুন ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটোত কৰ্মক্ষেত্ৰত বন্ধুৰ সহায় লাভ কৰিব, বন্ধু বাঢ়িব, লগতে আজি আপোনাৰ সন্মান বৃদ্ধি হোৱাৰ যোগ দেখা যায়।আপোনাৰ বিনম্ৰ স্বভাৱৰ সকলোৱে প্ৰশংসা কৰিব।কিছুমান মানুহে আপোনাক অতি প্ৰশংসা দি উপচাই দিব পাৰে। 

কৰ্কট ৰাশি : আপোনাৰ বন্ধুৱে সুখী কৰিব। আপোনাৰ ধন অহাৰ বাট মুকলি হ'ব। শৰীৰত বিষ হ'ব। ভ্ৰমণ কৰোতে সাৱধান।

সিংহ ৰাশি : প্ৰেমত বাধা।শৰীৰ মধ্যম। ঘৰলৈ আলহী আহিব। খৰচ বাঢ়িব। পত্নীৰ সৈতে তৰ্কাতৰ্কি।

কন্যা ৰাশি : আপুনি শান্তি লাভ কৰিব। দূৰণি বটীয়া যাত্ৰাই আপোনাক ভাগৰুৱা কৰি তুলিব ,কিন্তু যাত্ৰা আপোনাৰ বাবে আৰ্থিক দিশত লাভ কঢ়িয়াই আনিব পাৰে। ঘৰত বহুত দিনৰ পৰা পেলাই থোৱা কাম আজি অলপ সময় লৈ সম্পুৰ্ণ কৰিব পাৰিব। 

তুলা ৰাশি : কামত লাভ হ'ব। প্ৰেমত মনোমালিন্য। সংসাৰত বেমেজালি। খৰচ বাঢ়িব. চিন্তাত পৰিব।

বৃশ্চিক ৰাশি : হতাশাক অৱহেলা কৰক ।  আজিৰ দিনটোত বিনিয়োগ কৰাৰ পৰা বাচক। দুপৰীয়াৰ পিছত কোনোবা পূৰণা বন্ধুৰ লগত দেখা হোৱা বাবে আপোনাৰ গোটেই দিনটো ধুনীয়া হৈ পৰিব। 

ধনু ৰাশি : কামত আনন্দ। ৰোগ দূৰ হ'ব। মাতৃৰ স্বাস্থ্য উন্নত। ভাই-ভনীয়ে কোনো ডাঙৰ কামত সহায় কৰিব।

মকৰ ৰাশি : আজি আপোনাৰ মাজত বেচ সক্ৰিয়তা দেখা যাব। আপোনাৰ স্বাস্থ্য সুন্দৰ হ'ব। আপুনি পইচা আয় কৰিবলৈ বহুত উৎসৰ সন্ধান পাব। আপোনাৰ প্ৰেমত কোনোবা পৰিব পাৰে।

কুম্ভ ৰাশি : অন্যৰ সফলতাক প্ৰশংসা কৰি আপুনি মানসিক তৃপ্তি লাভ কৰিব । আপুনি আজি আপোনাৰ ধন ধাৰ্মিক কামত লগাব পাৰে। আত্মীয়ৰ সৈতে সংযোগ। হতাশা দূৰ হ'ব।

মীন ৰাশি : সুস্থ স্বাস্থ্যৰ বাবে প্ৰাণায়ম কৰক। প্ৰেমত সন্দেহ দূৰ। বাহন ক্ৰয় কৰাৰ কথা ভাবিব পাৰে। শুভ সংবাদ লাভ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
শিৱসাগৰত চাঞ্চল্য; স্বামীৰ কামোৰত পত্নীৰ মৃত্যু
বিশ্বৰ ১.৩৫ কোটি শিশুক দিয়া নাই ভেকচিন, ২০২৫ বৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা-ইউনিচেফৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য
গৌৰীপুৰত গো মাংস বিক্ৰী কৰি থকা অৱস্থাত ৪জনক আটক
দুৰ্ধৰ্ষ ডকাইতৰ দল আৰক্ষীৰ জালত; ৩৫ লাখ টকাৰ সামগ্ৰী উদ্ধাৰ
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
Advertisement