--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ইতিমধ্যে দেশত বহুতো ৰাজনীতিক, বিত্তীয় পেছাদাৰী, সাধাৰণ জনতা এই চাইবাৰ প্ৰৱঞ্চনাৰ বলি হৈছে।

ডিজিটেল ডেস্ক: কৃত্রিম বুদ্ধিমত্তা (এ আই) চালিত চাইবাৰ অপৰাধ বৃদ্ধি হোৱাৰ আশংকা কৰিছে কেন্দ্ৰীয় চৰকাৰে। এই বিষয়ত সতর্ক দৃষ্টি ৰাখিবলৈ কেন্দ্ৰই সকলো মন্ত্ৰ্যালয় আৰু চৰকাৰী বিভাগক নির্দেশ দিছে। 


শেহতীয়াকৈ দেশত চাইবাৰ অপৰাধে বিভিন্ন লোকক প্ৰৱঞ্চনা কৰি অহাৰ সময়তে কেন্দ্রীয় চৰকাৰে সতর্কবাণী জাৰি কৰিছে যে চাইবাৰ অপৰাধীয়ে কৃত্রিম বুদ্ধিমত্তাৰ প্রযুক্তি অৱলম্বন কৰি দেশত অনলাইন প্ৰৱঞ্চনা কৰিব পাৰে।


ইতিমধ্যে দেশত বহুতো ৰাজনীতিক, বিত্তীয় পেছাদাৰী, সাধাৰণ জনতা এই চাইবাৰ প্ৰৱঞ্চনাৰ বলি হৈছে। আনহাতে, কৃত্রিম বুদ্ধিমত্তাৰ বৰ্ধিত প্রয়োগৰ সময়তে কেন্দ্ৰীয় চৰকাৰে আশংকা কৰিছে যে চাইবাৰ অপৰাধীয়ে এ আই চালিত চাইবাৰ প্ৰৱঞ্চনা কৰিব পাৰে। 


ইলেক্ট্রনিক আৰু তথ্য মন্ত্র্যালয়ে কেন্দ্রীয় চৰকাৰৰ সকলো মন্ত্ৰ্যালয় আৰু চৰকাৰী বিভাগক সতৰ্ক কৰি কয় যে দ্রুত আৰু বহল পৰিসৰত কৃত্রিম বুদ্ধিমত্তাৰ উপলব্ধতাই চাইবাৰ সুৰক্ষাৰ প্ৰতি ভাবুকি আনিছে আৰু এই ভাবুকি প্রতিহত কৰাৰ বাবে জৰুৰী পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিছে। উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
মুকালমুৱাত অবৈধ ট্ৰামাডল টেবলেটসহ এজন আটক
নুমলীগড়ত চাঞ্চল্য! ভাড়াতীয়াৰ অত্যাচাৰত আনৰ ঘৰত লৈছে আশ্ৰয় লৈছে বৃদ্ধা মালিকে
সন্ধানহীন পুত্ৰৰ ফটো হাতত লৈ বালিপৰাৰ বাটে বাটে ঘূৰিছে এগৰাকী মাতৃ
বজালীৰ ৰিহাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন যুৱক
কৰ্ম সংস্থাপনৰ বাবে গৈ বটদ্ৰৱাৰ যুৱক কেৰেলামত নিৰুদ্দেশ
আমগুৰিত অলৌকিক ঘটনা! সপোনত দেখা পালে শিৱক, পুৱা চোতালৰ কলপুলিৰ তলত দৃশ্যমান হ’ল শিৱমূৰ্তি
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান