--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এই ছবিখনত ৯টা জন্তু আছে। যদি আপুনি ইয়াক মনোযোগেৰে প্ৰত্যক্ষ কৰে, তেন্তে আপুনি বুজি উঠিব যে এই ছবিখনত কি কি জীৱ আছে! জীৱ ভেদে আপোনাৰ চৰিত্ৰও ভিন্ন৷ প্ৰথমে ছবিখন ভালদৰে চাওক। আৰম্ভণিতে আপুনি কোনটো জন্তু চিনাক্ত কৰে চাওক। 


১/৯ আপুনি প্ৰথমবাৰৰ বাবে ছবিখনত ঘোঁৰাটো দেখিছিলনে? বিশেষজ্ঞসকলে কৈছে যে ইয়াৰ অৰ্থ হৈছে আপুনি জীৱনত আগবাঢ়ি যাবলৈ ভাল পায়। আপুনি আপোনাৰ সপোনবোৰ পূৰণ কৰাৰ লক্ষ্যৰ পৰা আঁতৰি নাযায়।

২/৯ যদি আপুনি প্ৰথমে ছবিখনত কুকুৰাটো লক্ষ্য কৰে, তেন্তে বুজিব যে আপুনি সকলো কামতে আপোনাৰ প্ৰতিভা দেখুৱাবলৈ ভাল পায়। আপুনি সফল ব্যক্তি। 

৩/৯ বহুতে প্ৰথমবাৰৰ বাবে ছবিখনত কেঁকোৰাটো দেখিছে। বিশেষজ্ঞসকলে কৈছে যে যিসকলে কেকোৰা দেখিছে তেওঁলোক বহুত কোমল অন্তৰৰ। অলপ লাজকুৰীয়া স্বাভাৱৰ। কিন্তু বাহিৰত টান আৱৰণৰ বাবে, বহুলোকে সেইবোৰ ভালদৰে বুজি নাপায়।

৪/৯ যিসকলে প্ৰথমবাৰৰ বাবে ছবিখনত ফৰিং দেখা পায়, তেওঁলোক অতি শান্ত প্ৰকৃতিৰ লোক। তেওঁলোকে খৰধৰ একেবাৰে ভাল নাপায়। 

৫/৯ আপুনি প্ৰথমবাৰৰ বাবে ছবিখনত এই শিয়ালৰ মুখখন দেখিছিলনে? তেতিয়া বুজিব যে আপুনি সাহসী আৰু বুদ্ধিমান।

৬/৯ বহুতে আৰম্ভণিতে ছবিখনত কুকুৰটোক দেখা পায়। বিশেষজ্ঞসকলৰ মতে, তেওঁলোক বন্ধু হিচাপে খুব ভাল। এই লোকসকলো অতি শান্ত প্ৰকৃতিৰ লোক।

৭/৯ যিসকলে ছবিখনত আৰম্ভণিতে পখিলাক দেখা পায় তেওঁলোক উৎসাহী প্ৰকৃতিৰ। কিন্তু তেওঁলোকে প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ ভাল পায়। আৰু তেওঁৰ জীৱনৰ বেছিভাগ ক্ষেত্ৰতে সফল হয়।

৮/৯ আপুনি ছবিখনত পখিলাটো দেখিছিলনে? তেতিয়া আপুনি ধৰি ল’ব লাগিব যে, বিপদত পৰিলে আপুনি শান্ত হৈ থাকিব। কেৱল নিজকে নহয়, আনক বিপদৰ পৰা উলিয়াই অনাতো আপুনি ভাল পাব। 

৯/৯ ছবিখনত আপুনি বগা পাৰ চৰাই দেখিছেনে? ইয়াৰ অৰ্থ হৈছে, আপুনি যথেষ্ট সৰল। যিসকলে ছবিখনৰ পৰা এই চৰাইটো চাব পাৰে, তেওঁলোকৰ মনত কোনো বিশেষ আকৰ্ষণ নাই। বিশেষজ্ঞসকলে এইটোৱেই কয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ