--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বৰ্ডাৰ-গাভাস্কাৰ টেষ্ট শৃংখলাৰ এই পৰ্যন্ত চাৰিখন মেচ অনুষ্ঠিত হৈ গৈছে আৰু মেলবৰ্ণ টেষ্টত জয়লাভ কৰি অষ্ট্ৰেলিয়াই ২-১পইণ্টেৰে অগ্ৰগতি লাভ কৰিছে। বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ যাত্ৰাত টিম ইণ্ডিয়াৰ বাবে এই শৃংখলাটো অতি গুৰুত্বপূৰ্ণ আছিল, কিন্তু বিগত চাৰিখন মেচত টিম ইণ্ডিয়াৰ প্ৰদৰ্শন অনুৰাগীসকলক অসন্তুষ্ট কৰি তুলিছে৷ পাৰ্থৰ ঐতিহাসিক বযয়কপৰ পাছত টিম ইণ্ডিয়াই পৰৱৰ্তী তিনিখন খেলত একে প্ৰত্যাবৰ্তন দেখিবলৈ পোৱা ন’গল৷

উল্লেখযোগ্য যে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত ছিডনী টেষ্ট (IND vs AUS Sydney Test) যদি ড্ৰ’  টিম ইণ্ডিয়া বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ দৌৰৰ পৰা বাহিৰ হ’ব৷ যদি ভাৰতীয় দলটোৱে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ আশা পূৰ্ণ কৰিবলৈ যিকোনো মূল্যৰ বিনিময়ত শেষৰ খন মেচত জয়ী হ’ব লাগিব। পৰাজয় বা ড্ৰ’ হ’লে টিম ইণ্ডিয়াৰ যাত্ৰা ইয়াতে সমাপ্ত হ’ব।

যদি টিম ইণ্ডিয়াই পঞ্চম খন টেষ্ট অৰ্থাৎ চিডনী টেষ্টত জয়ী হ’লে ভাৰতৰ পইণ্ট হ’ব কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পথ ভাৰতৰ বাবে সহজ হ’ব। ইয়াৰ পিছত ভাৰতে শ্ৰীলংকা বনাম অষ্ট্ৰেলিয়াৰ মাজত খেলা টেষ্ট শৃংখলাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিব৷ টিম ইণ্ডিয়াই ডব্লিউ টি চিৰ ফাইনেলত প্ৰৱেশ কৰিব পাৰে মাত্ৰ দুটা পৰিস্থিতিত, হয় শ্ৰীলংকাই অষ্ট্ৰেলিয়াক ২-০ পইণ্টত পৰাস্ত কৰিবব লাগিব বা শ্ৰীলংকাই এখন মেচত জয়ী হয় আৰু এখন মেচ ড্ৰ’ হয়, তেন্তে টিম ইণ্ডিয়াই ফাইনেলত প্ৰৱেশ কৰিব পাৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post