--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • দিল্লী,মুম্বাইত বহি বেপাৰ কৰি আছে জুবিনক লৈ একাংশ মালিকে। ডিষ্ট্ৰিবিউটৰে হিন্দী চিনেমাৰ পৰা ২ শতাংশ লয়।আৰু অসমীয়া চিনেমাৰ পৰা ১০ শতাংশ লয়।

ডিজিটেল ডেস্ক: সদৌ অসম চিনেমাহল মালিক সংস্থাৰ সংবাদমেল। হোটেল এপল' গ্ৰেণ্ডত সংস্থাৰ সাধাৰণ সম্পাদক ৰাজীৱ কুমাৰ বৰাৰ সংবাদমেল সম্বোধন।


'ৰৈ ৰৈ বিনালে'ক লৈ সংবাদমেল সম্বোধন। অসমৰ সকলো মানুহে যাতে এই চিনেমাখন চাই তাৰ বাবে আহ্বান


তেওঁ কয় যে শৃংখলাবদ্ধভাৱে সকলোকে চাবলৈ আহ্বান জনাইছোঁ। যেতিয়ালৈকে অসমৰ ৰাইজে চিনেমাখন চাব তেতিয়ালৈকে চিনেমাহলত চিনেমাখন চলি থাকিব।


হিন্দী চিনেমাতকৈ আমি এইখন চিনেমাক বেছি অগ্ৰাধিকাৰ দিম। চিনেমা হলৰ দাম বৃদ্ধিক লৈ আমিও দুখ প্ৰকাশ কৰিছো।


অসমৰ কোনো থলু্ৱা মালিকে এই কাম কৰা নাই। মাল্টি নেশ্বনেল মালিকগোষ্ঠীয়ে এই কাম কৰি আছে।


আয়ুক্তৰ পৰাও পাৰমিচন লোৱা নাই এইসকল মালিকে। আমি জুবিনক লৈ কোনো বেপাৰ কৰিব বিচৰা নাই।


আমি এইসকলক বয়কট কৰিব লাগে। মই দাবী জনাইছো। অসম গণ পৰিষদ দলক মই ধন্যবাদ জনাইছো তেওঁলোকে চিনেমাহল বুক কৰিছে।


দিল্লী,মুম্বাইত বহি বেপাৰ কৰি আছে জুবিনক লৈ একাংশ মালিকে। ডিষ্ট্ৰিবিউটৰে হিন্দী চিনেমাৰ পৰা ২ শতাংশ লয়।আৰু অসমীয়া চিনেমাৰ পৰা ১০ শতাংশ লয়।


মই আশা কৰিছো ডিষ্ট্ৰিবিউটৰে অসমীয়া চিনেমাৰ পৰা এইবাৰ ১০ শতাংশ কমিচন লোৱাটো বাদ দিয়ক।


গৰিমাৰ লগত কথা পাতি আমাৰ সংস্থাটোৱে চিনেমাখনক লৈ বিশেষ ব্যৱস্থা ল'ম। এইখন চিনেমাৰ লাইফ টাইমৰ বাবে ৰেকৰ্ড থাকি যাব। এসপ্তাহৰ বাবে সকলো চিনেমাহলৰ টিকট বুকিং শেষ হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ