--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • তিতাবৰ-যোৰহাট সংযোগী ন আলি পথ সম্প্ৰসাৰণৰ কাম চলি থকাৰ সময়তে এই ঘটনা সংঘটিত হৈছে।

ডিজিটেল ডেস্কঃ তিতাবৰত সংঘটিত হৈছে ভয়ংকৰ অঘটন। বিদ্যুতৰ খুঁটা পৰি গুৰুতৰভাৱে আহত মাতৃ আৰু কণমানি জীয়ৰী।


দৈবক্ৰমে প্ৰাণ ৰক্ষা পৰে মাতৃ-কন্যাৰ।


তিতাবৰ-যোৰহাট সংযোগী ন আলি পথত সংঘটিত হৈছে এই অঘটন।


তিতাবৰ-যোৰহাট সংযোগী ন আলি পথ সম্প্ৰসাৰণৰ কাম চলি থকাৰ সময়তে এই ঘটনা সংঘটিত হৈছে।


ঠিকাদাৰৰ মইমতালিৰ বাবেই এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে।


ইতিমধ্যে ঘটনাস্থলীত তিতাবৰ আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।


ঠিকাদাৰী প্ৰতিষ্ঠানৰ ময়মতালিক লৈ ৰাইজে তীব্ৰ ক্ষোভ আৰু প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ