--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • সন্ধানহীন হোৱা ছাত্ৰগৰাকীৰ চেণ্ডেল টাওকাক নৈৰ পাৰত উদ্ধাৰ হৈছিল। SDRF বাহিনী, প্ৰশাসন, স্থানীয় ৰাইজে চাৰিদিন ধৰি টাওকাক নৈত ছাত্ৰীগৰাকীৰ সন্ধানত নামি পৰিছিল।

ডিজিটেল ডেস্ক: সোণাৰিত সন্ধানহীন হোৱা ছাত্ৰী গৰাকীৰ মৃতদেহ উদ্ধাৰ। আফৰিন আহমেদ নামৰ নৱম শ্ৰেণীৰ ছাত্ৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ। সন্ধানহীন হোৱা ছাত্ৰগৰাকীৰ চেণ্ডেল টাওকাক নৈৰ পাৰত উদ্ধাৰ হৈছিল। SDRF বাহিনী, প্ৰশাসন, স্থানীয় ৰাইজে চাৰিদিন ধৰি টাওকাক নৈত ছাত্ৰীগৰাকীৰ সন্ধানত নামি পৰিছিল।


অৱশেষত আজি চাৰি দিনৰ অন্তত সোণাৰিৰ শিঙৰিতলীৰ টাওকাক নৈত ছাত্ৰীগৰাকীৰ মৃতদেহ ওপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে। বুধবাৰে সন্ধানহীন হৈছিল ছাত্ৰগৰাকী। 


পুৱতি নিশালৈকে স্থানীয় ৰাইজৰ লগতে পৰিয়ালৰ লোকে ছাত্ৰীগৰাকীৰ বিচাৰ খোচাৰ চলাই আছিল। আজি পুৱা শিঙৰিতলীত মাছ মাৰিবলৈ যোৱা লোকে নৈত মৃতদেহটো প্ৰত্যক্ষ কৰে। লৰালৰিকৈ স্থানীয় লোকে খবৰ দিয়ে আৰক্ষীক। পৰিয়ালৰ লোকো ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো নিৰুদ্দিষ্ট আফৰিন আহমেদৰ বুলি চিনাক্ত কৰে। 


বৰ্তমান ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। এই ঘটনাত পৰিয়ালৰ লোক শোকত ভাগি পৰাৰ লগতে সমগ্ৰ অঞ্চলতে গভীৰ শোকৰ ছাঁ পৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
মুকালমুৱাত অবৈধ ট্ৰামাডল টেবলেটসহ এজন আটক
নুমলীগড়ত চাঞ্চল্য! ভাড়াতীয়াৰ অত্যাচাৰত আনৰ ঘৰত লৈছে আশ্ৰয় লৈছে বৃদ্ধা মালিকে
সন্ধানহীন পুত্ৰৰ ফটো হাতত লৈ বালিপৰাৰ বাটে বাটে ঘূৰিছে এগৰাকী মাতৃ
বজালীৰ ৰিহাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন যুৱক
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান