--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এই সংকটৰ খবৰ লাভ কৰাৰ পাছতে সমষ্টিটোৰ নৱনিৰ্বাচিত বিধায়ক ড° তপন দাস ধাননি পথাৰত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় আৰু কৃষকৰ সৈতে আলোচনা কৰে।

ডিজিটেল ডেস্ক: ডিমৰীয়া সমষ্টিৰ মালৈবাৰী, ক্ষেত্ৰী, দুৰুং আদি অঞ্চলৰ বড়ো ধানৰ পথাৰত এক অচিন ৰোগে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। 


ধান পকিবলৈ আৰম্ভ কৰাৰ সময়তে ধান গছসমূহত উৎপাদিত বীজ শুকাই পতান হৈ পৰাত কৃষকসকলৰ মাজত সৃষ্টি হৈছে তীব্ৰ উদ্বেগ। 


তথ্য অনুসৰি হাজাৰ হাজাৰ হেক্টৰ পথাৰৰ প্ৰায় ৮০ শতাংশ ধাননি এই ৰোগত আক্রান্ত হোৱা বুলি কোৱা হৈছে।


এই সংকটৰ খবৰ লাভ কৰাৰ পাছতে সমষ্টিটোৰ নৱনিৰ্বাচিত বিধায়ক ড° তপন দাস ধাননি পথাৰত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় আৰু কৃষকৰ সৈতে আলোচনা কৰে।


বিধায়কগৰাকীয়ে জনায় যে ইতিমধ্যে কৃষি বিভাগৰ সৈতে যোগাযোগ কৰা হৈছে আৰু অতি শীঘ্ৰে বিশেষজ্ঞ দল পঠিয়াই পৰীক্ষা-নিৰীক্ষা কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব।


বৰ্তমান কৃষি বিভাগৰ দ্ৰুত পদক্ষেপৰ অপেক্ষাত আছে কৃষকসকল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
মুকালমুৱাত অবৈধ ট্ৰামাডল টেবলেটসহ এজন আটক
নুমলীগড়ত চাঞ্চল্য! ভাড়াতীয়াৰ অত্যাচাৰত আনৰ ঘৰত লৈছে আশ্ৰয় লৈছে বৃদ্ধা মালিকে
সন্ধানহীন পুত্ৰৰ ফটো হাতত লৈ বালিপৰাৰ বাটে বাটে ঘূৰিছে এগৰাকী মাতৃ
বজালীৰ ৰিহাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন যুৱক
কৰ্ম সংস্থাপনৰ বাবে গৈ বটদ্ৰৱাৰ যুৱক কেৰেলামত নিৰুদ্দেশ
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান