--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিৰাটপ্ৰেমীসকলৰ বাবে এক সুখবৰ। সৰ্বাধিক পৰিমাণৰ আয়কৰ দিয়া ক্ৰিকেটাৰৰ শীৰ্ষত আছে বিৰাট কোহলী।  ভাৰতীয় ক্রিকেটাৰসকলে ক্ৰিকেটৰ লগতে বিভিন্ন উৎসৰ পৰা বৃহৎ পৰিমাণৰ ধন আয় কৰে। তেওঁলোকে বিশেষকৈ বিজ্ঞাপনৰ জৰিয়তে কোটি কোটি টকা আয় কৰে।

মন কৰিবলগীয়া যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত কেইখনমান মেচ খেলাৰ পাছতে ভাৰতীয় ক্রিকেটাৰসকল কোটিপতি হৈ পৰে। ইয়াৰ লগতে আই পি এল খেলিও ক্রিকেটাৰসকলে মোটা অংকৰ ধন উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।

বি চি চি আইৰ সৈতে চুক্তিবদ্ধ হোৱা, মেচ ফীজ আৰু আই পি এলত খেলাৰ বাবদ ক্রিকেটাৰসকলে বৃহৎ পৰিমাণৰ ধন উপাৰ্জন কৰে।ইয়াৰ লগতে বিজ্ঞাপন বা অন্যান্য ইভেণ্টসমূহো আছে। এই খেলুৱৈসকলে তেওঁলোকে কৰা আয়ৰ বাবদ কৰো পৰিশোধ কৰে। 

ভাৰতীয় ক্রিকেটাৰসকলৰ ভিতৰত সৰ্বাধিক পৰিমাণৰ আয়কৰ পৰিশোধ কৰে বিৰাট কোহলীয়ে। তেওঁ ২০২৩-২৪ বিত্তীয় বর্ষত ৬৬ কোটি টকাৰ আয়কৰ পৰিশোধ কৰি শীৰ্ষস্থান দখল কৰিছে। এই তালিকাত দ্বিতীয় স্থানত থকা আছে মহেন্দ্র সিং ধোনী। ধোনীয়ে পৰিশোধ কৰা কৰৰ পৰিমাণ হ'ল ৩৮ কোটি টকা। 

আনহাতে শচীন তেণ্ডুলকাৰে যোৱা বিত্তীয় বর্ষত ২৮ কোটি টকাৰ আয়কৰ পৰিশোধ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ