--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শেহতীয়া কৈ বাগেশ্বৰ ধামৰ মুৰব্বী পণ্ডিত ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীৰ কনিষ্ঠ ভাতৃ শালিগ্ৰাম গাৰ্গে বাগেশ্বৰ ধাম মহাৰাজৰ সৈতে সম্পৰ্ক ছেদ কৰা বুলি সামাজিক মাধ্যমত এটা ভিডিঅ’ৰ জৰিয়তে সদৰি কৰিছে৷ যি সময়ত ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীয়ে সমগ্ৰ দেশৰ হিন্দুসকলক সংযোগ কৰাৰ কথা কৈ থকাৰ সময়তে শালিগ্ৰাম গাৰ্গৰ এনে ঘোষনাই সামাজিক মাধ্যমত চৰ্চা লাভ কৰিছে৷ 

শালিগ্ৰাম গাৰ্গে ভিডিঅ' বাৰ্তাত বাগেশ্বৰ ধাম আৰু মহাৰাজ জী আৰু সনাতন হিন্দুৰ ভাবমূৰ্তি এতিয়া কলংকিত হৈছে। সেয়ে এই সন্দৰ্ভত বালাজী চৰকাৰ আৰু পূজ্য মহাৰাজ জীৰ ওচৰত ক্ষমা বিচাৰিছো আৰু কোনো প্ৰজা বাগেশ্বৰ ধাম আৰু বাগেশ্বৰ ধামৰ মহাৰাজ জীৰ লগত জড়িত হোৱা উচিত নহয় বুলি উল্লেখ কৰিছে৷

শালিগ্ৰাম গাৰ্গে লগতে কয় যে বাগেশ্বৰ ধাম মহাৰাজৰ পৰা আজীৱন পাৰিবাৰিক সম্পৰ্ক থেদ কৰিছে। এতিয়াৰ পৰা তেওঁলোকৰ লগত কোনো সম্পৰ্ক আৰু সংযোগ নাই বুলি জিলা পাৰিবাৰিক আদালতত লিখিতভাৱে দিয়া হৈছে বুলি সদৰি কৰে৷

উল্লেখযোগ্য যে বাগেশ্বৰ ধাম মহাৰাজৰ কনিষ্ঠ ভাতৃ শলিগ্ৰাম গাৰ্গ প্ৰায়ে বিবাদৰ মাজত সোমাই থকা পৰিলক্ষিত হয়। বহু লোকে বাগেশ্বৰ মহাৰাজ ধীৰেন্দ্ৰ শাস্ত্ৰীক শালিগ্ৰাম বিবাদত থকাৰ বাবে লক্ষ্য কৰি কটাক্ষ কৰে যে জীয়ে মানুহৰ লগত সঠিক পথ অনুসৰণ কথা কয় তেওঁৰ ভাতৃয়ে তাৰ বিপৰিতে কাম কৰে৷

২০২৪ চনৰ ১ জুনত ছটাৰপুৰৰ বামিঠা থানাৰ গাধা গাঁৱত শালিগ্ৰামৰ গুণ্ডাগিৰিৰ আন এক গোচৰ পোহৰলৈ আহিছিল, য’ত মহিলাক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ