--°C
Loading...
Listen to Article
2 min read
80%
১৬ ফেব্ৰুৱাৰী,২০২২, বুধবাৰ মেষঃ পৰিয়ালত শান্তি। ব্যয় বৃদ্ধি। প্ৰেমিক-প্ৰেমিকাৰ মন ভাল লগাই ৰাখিবলৈ যত্ন কৰিব। কৰ্মক্ষেত্ৰত প্ৰশংসা। বৃষঃ খৰচ বৃদ্ধি হʼব৷ মানসিক চিন্তা থাকিব৷ পৰিয়ালৰ সদস্যসকলৰ মিলা-প্ৰীতি থাকিব। মিথুনঃ কৰ্মজীৱনক লৈ চিন্তা হ’ব পাৰে। প্ৰেমত কাজিয়া। স্বাস্থ্যৰ প্ৰতি যতন ল’ব৷ শিক্ষাৰ্থীৰ শুভ। কৰ্কটঃ স্বাস্থ্যক লৈ চিন্তা হ’ব পাৰে৷ বাহিৰা খাদ্য নাখাব৷ কিবা সিদ্ধান্ত লোৱাৰ আগতে ডাঙৰৰ পৰা পৰামৰ্শ লওক। সিংহঃ আয় বৃদ্ধি৷ বন্ধুৰ সৈতে আনন্দ৷ পাৰিবাৰিক শান্তি অটুট থাকিব। ভ্ৰমণত শুভ। কন্যাঃ স্বাস্থ্যত শুভ। ধন-সম্পত্তিৰ পৰা আমদানি ভাল হʼব৷ ব্যৱসায়ত শুভ। শিক্ষাৰ্থীৰ পঢ়াত ব্যাঘাত। তুলাঃ মনে ভাল পোৱা কাম কৰাৰ সুযোগ পাব৷ শিল্পী-সাহিত্যিকৰ শুভ৷ ঘৰত কিবা মাংগলিক অনুষ্ঠান অনুষ্ঠিত হব পাৰে। বৃশ্চিকঃ সুনাম অৰ্জন কৰিব৷ মনত উদ্যম থাকিব। কর্মজীৱনত ভাল ফল পাব৷ ভ্ৰমণত বাধা। ধনুঃ কঠোৰ পৰিশ্ৰমে ভাল ফল দিব৷ প্ৰেমত শুভ৷ অসাধ্য সাধন হ'ব। পঢ়াত মনোযোগ দিয়াৰ চেষ্টা কৰক। মকৰঃ ব্যৱসায়ত সফলতা৷ শিক্ষার্থীয়ে উত্তম ফল লাভ কৰিব৷ প্ৰেমক লৈ চিন্তা৷ মাতৃস্থান শুভ। কুম্ভঃ মন সতেজ হৈ থাকিব। নতুন নতুন কাম কৰাৰ হেঁপাহ জাগিব। ব্যৱসায়ত সফল হʼব৷ প্ৰেমত শুভ । মীনঃ মনৰ চিন্তা দূৰ হ'ব৷ প্ৰেমত শুভ৷ পৰিয়ালত আনন্দ বৰ্তি থাকিব। ঘৰলৈ আলহী আহিব। আৰু পঢ়কঃ লতাজীৰ পাছে পাছে গুচি গ’ল বাপ্পী লাহিড়ী; দুসপ্তাহৰ ভিতৰত মহাপ্ৰস্থান সংগীতৰ ‘মাতৃ-পুত্ৰ’ৰ

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ