--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
১৫ ফেব্ৰুৱাৰী,২০২২, মঙলবাৰ মেষ ৰাশি: দিনটো ভালেৰে যাব। পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব৷ প্ৰেমত শুভ৷ স্বাস্থ্যত নজৰ দিয়ক। বৃষ ৰাশি: বিয়াৰ প্ৰস্তাৱ আহিব পাৰে। পৰিয়ালত অশান্তি। স্বাস্থ্যত মধ্যম। ভ্ৰমণত শুভ। মিথুন ৰাশি: কামৰ হেঁচাই ভাগৰুৱা কৰিব। প্ৰতি কামতে সংগীৰ সমৰ্থন পাব। উপাৰ্জন বৃদ্ধি পাব৷ শিক্ষাৰ্থীৰ শুভ৷ কৰ্কট ৰাশি: ব্যয় বৃদ্ধি৷ কোনো সিদ্ধান্ত লওঁতে ভাবি-চিন্তি লব। কামত ধৈৰ্য ধৰক৷ প্ৰেমত মনোমালিন্য। সিংহ ৰাশি: ব্যৱসায়ত সফল হʼব৷ কৰ্মব্যস্ততা বৃদ্ধি পাব৷ প্ৰেমত খং-ৰাগ বৃদ্ধি। মন ভাল লগা কাম কৰক। কন্যা ৰাশি: অনাৱশ্যকীয় চিন্তাধাৰাৰ পৰা আঁতৰি থাকিব৷ দিনটো ৰোমাঞ্চেৰে ভৰি থাকিব৷ বন্ধু-বৰ্গৰ লগত দিন ভাল হʼব৷ তুলা ৰাশি: পৰিয়ালৰ লগত আৰু প্ৰেমৰ সম্পর্ক ভাল হʼব৷ নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে। ব্যৱসায়ত সফল হʼব৷ প্ৰেমক গুৰুত্ব প্ৰদান কৰক। বৃশ্চিক ৰাশি: স্বাস্থ্যত নজৰ দিয়ক৷ স্বাস্থ্যত শুভ ভালে যাব৷ বহুদিনীয়া পৰিকল্পনা সফল হʼব। ধনু ৰাশি: কামত সক্ৰিয়তা থাকিব৷ নিজ লক্ষ্যত উপনীত হʼব৷ মানসিক অশান্তি দূৰ হʼব৷ পৰিয়ালত সুখ বৃদ্ধি। মকৰ ৰাশি: খং-ৰাগ নকৰিব৷ প্ৰেমত মধ্যম৷ ঘৰলৈ আলহী আহিব৷ বাহিৰা বস্তু নাখাব। কোনো লোকৰ প্ৰতি বৰকৈ আকৰ্ষণ অনুভৱ কৰিব পাৰে। কুম্ভ ৰাশি: মানসিক চিন্তা থাকিব৷ আপোনাৰ ধৈৰ্যই আপোনাক সফলতা প্ৰদান কৰিব। পৰিয়ালৰ লগত সম্পর্ক ভাল হʼব৷ প্ৰশংসা লাভ৷ মীন ৰাশি: পঢ়া-শুনাত ধ্যান দিয়ক৷ ব্যৱসায়ত ক্ষতি। কঠোৰ পৰিশ্ৰম কৰিলে সফল হʼব৷ কোনো নতুন কামৰ পৰিকল্পনা কৰিব পাৰে। আৰু পঢ়কঃ ভূপেন বৰাই কোৱা হিন্দীৰ বাবে অসমৰ উন্নয়ন স্থবিৰ হৈছে নেকিঃ মীৰা বৰঠাকুৰ

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement