--°C
Loading...
Listen to Article
2 min read
80%
২৪ মাৰ্চ,২০২২, বৃহস্পতিবাৰ মেষ ৰাশি– সকলো কামতে আনৰ সহায়-সহযোগিতা লাভ৷ মনত সামান্য অশান্তিৰ ভাৱ বৃদ্ধিৰ যোগ। দাঁতৰ বিষৰ সমস্যা। পৰিয়ালত শান্তি। বৃষ ৰাশি– আজিৰ দিনটোত মনত শান্তি বাঢ়িব৷ শাৰীৰিক দিশত ঠিকে থাকিব। ঘৰুৱা বিবাদ অন্ত পৰিব। সন্তানৰ শুভ। মিথুন ৰাশি- পাৰিবাৰিক দিশত শুভ৷ আজি আপুনি সজাগ নহ’লে কৰ্মত সামান্য জটিলতা বাঢ়িব পাৰে লগতে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়। কৰ্কট ৰাশি– কৰ্মক্ষেত্ৰত সন্মান বাঢ়িব৷খৰছ বৃদ্ধিৰ যোগ। প্ৰেমক লৈ চিন্তা। ভ্ৰমণত বাধা। কন্যা ৰাশি– মনৰ চিন্তা ধাৰা উন্নত হ’ব৷ কৰ্মক্ষত্ৰত সফলতা পাব। সজাগ নহ'লে বিপদত পৰিব। আলহী আহিব। সিংহ ৰাশি– কৰ্মক্ষেত্ৰত হতাশা৷ প্ৰেমত শুভ৷ আয় বৃদ্ধিৰ যোগ দেখা যায়। মাতৃৰ শৰীৰ উন্নত। তুলা ৰাশি– কৰ্মক্ষেত্ৰত উন্নতি৷ দাঁতৰ বিষক ভুগিব পাৰে। মনলৈ নানা চিন্তা আহিব। প্ৰেমত বিচ্ছেদৰ সম্ভাৱনা। বৃশ্চিক ৰাশি– কৰ্মক্ষত্ৰত প্ৰশংসা পাব৷ প্ৰতাৰণাৰ সন্মুখীন হ’ব পাৰে৷ সামান্য মিছা অপবাদৰ যোগ দেখা যায়। ভ্ৰমণত শুভ। ধনু ৰাশি- কৰ্ম উদ্যম হ্ৰাস পাব৷ মনত সামান্য অশান্তি ভাৱ বাঢ়িব পাৰে৷ প্ৰেমত মনোমালিন্যৰ যোগ দেখা যায়। খৰচ নিয়ন্ত্ৰণ। মকৰ ৰাশি-  বিশেষ প্ৰশংসা পাব। আপোনাৰ প্ৰিয়জনক লগ পাব। খৰচ বাঢ়িব। স্বাস্থ্য উন্নত। কুম্ভ ৰাশি- সকলো চেষ্টাতে সফলতা লাভ কৰিব। আৰ্থিক ভাৱে আজি আপুনি সবল থাকিব। স্বামী-স্ত্ৰীৰ সংঘাত। প্ৰেমত অশান্তি। মীন ৰাশি- সপোন বাস্তৱ হব। আয় বৃদ্ধি পাব। ব্যৱসায়ত উন্নতি। পঢ়া-শুনাত মধ্যম। প্ৰেম ঠিকেঠাকে থাকিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি
দেশৰ জি ডি পি ৭.৮%; শক্তিশালী হৈছে ভাৰতীয় অর্থনীতি