--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিশ্বাসেই সকলোৰে আদি মূল৷ বিশ্বাস কৰিলে তাৰ অস্তিত্ব আছে, বিশ্বাস নকৰিলেই অস্তিত্বহীন হৈ পৰে৷ ভগৱন বিশ্বাসৰ ক্ষেত্ৰটো কথাটো একেই৷ কাৰোবাৰ ওপৰত কিমান বিশ্বাসী হ’ব পাৰে? যাৰ বাবে নিজৰ জীৱন আহুতি দিবলৈও কুন্ঠাবোধ নকৰে৷ শেহতীয়কৈ বাৰাণসীত পোহৰলৈ আহিছে এনে এজন ভগৱানৰ প্ৰতি অগাধ বিশ্বাসী ভক্তৰ চাঞ্চল্যকৰ ঘটনা৷
   
প্ৰপ্ত খবৰ অনুসৰি বাৰাণসীৰ এজন পুৰোহিতে পূজা কৰি থাকোঁতে মা কালীৰ দৰ্শন বিচাৰিছিল পুৰোহিত জনে। দৰ্শন নোপোৱাত ডিঙি কাটি নিজৰ আহুতি দিলে পুৰোহি জনে। ঘটনাৰ বিষয়ে ঝাত হোৱাৰ পাছত লগে লগে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় পুৰোহিত জনক। 

ঘটনা ক্ৰম অনুসৰি পূজাৰ সময়ত তেওঁ মূৰ দোৱাই মা কালি দৰ্শন কৰক, মা কালি দৰ্শন কৰক.... বুলি কাকুটি কৰাৰ পাছতো কালি মাৰ দৰ্শন নাপাই নিজকে কালি মাৰ ওচৰত আহুতি দিয়া ঘটনাই আলোড়নৰ সৃষ্টি কৰিছে৷ 

স্থানীয় লোক সকলৰ মতে পূজাৰী অমিত শৰ্মা পূজাত অত্যন্ত বিশ্বাস ৰাখিছিল। কাশী বিশ্বনাথ মন্দিৰত ৰাইজক দৰ্শন আৰু পূজা দিয়াৰ সমান্তৰালকৈ তেওঁ নিজেও পূজাও কৰিছিল। ঘৰৰ চোতালত পূজা কৰি থাকোঁতে হঠাতে এনে পদক্ষেপ গ্ৰহণ কাৰত হতভম্ব হৈ পৰিছে সকলো।

পত্নী আৰু এটা সন্তানৰ সৈতে তেওঁ বাস কৰে। তেওঁলোকৰ মাজত কেতিয়াও কোনো কাজিয়া হোৱা নাছিল। বিগত সাতটা বছৰে গাইঘাট পাথৰগলিৰ এটা ঘৰত ভাড়াঘৰত জীৱন নিৰ্বাহ কৰি আছিল বুলি জানিব পৰা গৈছে। তেওঁ মন্দিৰত পূজা কৰাৰ সমান্তৰালকৈ তীৰ্থযাত্ৰীসকলক কাশী দৰ্শনৰ ব্যৱস্থাও কৰিছিল। ২৪ ঘন্টা ধৰি ভগৱানৰ সেৱাতে বিলিন আছিল তেওঁ। কালি মাৰ দৰ্শন নোপোৱাৰ বাবেই তেওঁ মৃত্যুক আকোৱালি লয় বুলি আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়ে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ