--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৱেষ্ট ইণ্ডিজ ক্ৰিকেটৰ মুখ্য প্ৰশিক্ষকৰ ঘোষণা। ব’ৰ্ডে দলটোৰ নতুন মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিছে ডেৰেন ছেমীক। সোমবাৰে এই তথ্য দিলে ৱেষ্ট ইণ্ডিজ ক্ৰিকেট ব’ৰ্ডে। ২০২৫ চনৰ ১ এপ্ৰিলৰ পৰা তিনিওটা ফৰ্মেটতে টেষ্ট প্ৰশিক্ষকৰ দায়িত্ব আনুষ্ঠানিকভাৱে গ্ৰহণ কৰিব ছেমীয়ে। তেওঁ আন্দ্ৰে কোহলীৰ ঠাইত টেষ্ট দলৰ প্ৰশিক্ষক হিচাপে নিযুক্তি লাভ কৰিব।

ৱেষ্ট ইণ্ডিজ ক্ৰিকেটে প্ৰাক্তন অধিনায়ক ডেৰেন ছেমীক সকলো ফৰ্মেটতে পুৰুষ ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়ে। সঞ্চালক মাইলছ বাস্কোম্বে ছেইণ্ট ভিনচেণ্টত ব’ৰ্ডৰ ত্ৰিমাসিক সংবাদমেলৰ সময়ত এই কথা ঘোষণা কৰে। ২০২৩ চনৰ পৰা সীমিত অভাৰৰ ফৰ্মেটত দলটোৰ মুখ্য প্ৰশিক্ষক হিচাপে পৰিগণিত হৈছে ছেমি। ৱেষ্ট ইণ্ডিজৰ হৈ দুবাৰকৈ টি-২০ বিশ্বকাপ জয় কৰা অধিনায়কগৰাকীয়ে টেষ্ট দলৰ দায়িত্ব লাভ কৰাত সুখ প্ৰকাশ কৰে। এক্সত তেওঁ লিখিছে ৱেষ্ট ইণ্ডিজক যিকোনো ক্ষমতাত প্ৰতিনিধিত্ব কৰাটো এক গৌৰৱৰ বিষয়। টেষ্ট দলটোক সহায় কৰাৰ প্ৰত্যাহ্বানৰ বাবে মই সাজু।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ