--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আই পি এলৰ নিলামৰ পিছত শেহতীয়াকৈ অনুষ্ঠিত হয় মহিলা প্ৰিমিয়া লীগ(WPL)২০২৫ৰ নিলাম। নিলামত গুজৰাট জায়েণ্টছে ২২ বছৰীয়া অল ৰাউণ্ডাৰ ছিমৰন শ্বেইখক ১.৯০ কোটিৰ বিনিময়ত দলত অন্তৰ্ভুক্ত কৰে৷

ইয়াৰ লগে লগে ছিমৰন শ্বেইখে আটাইতকৈ দামী খেলুৱৈত পৰিগণিত হয়৷ অৱশ্যে এইবাৰ তেওঁৰ বেচ প্ৰাইচ আছিল মাত্ৰ ১০ লাখ টকা। 

উল্লেখযোগ্য যে ডব্লিউ পি এলৰ শেষৰ ছিজনটো ছিমৰন শ্বেইখৰ বাবে বহুত বেয়া আছিল। কোনো দলে তেওঁৰ বাবে নিবিদা কৰা নাছিল৷ ইয়াৰ পিছত তেওঁ ইউ পি ৱাৰিয়ৰ্ছ দলত স্থান লাভ কৰিছিল যদিও গোটেই ছিজনটো ডাগআউটত বহি কটাবলগীয়া হৈছিল। ইয়াৰ পাছত ঘৰুৱা ছিজনত মুম্বাইৰ হৈ দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াইছিল৷ এই প্ৰদৰ্শনৰ পাছতে নিলামত আটাইতকৈ বেছি মূল্য লাভ কৰে ক্ৰিকেটাৰ গৰাকীয়ে।

উল্লেখযোগ্য যে প্ৰথম অৱস্থাত তেওঁ ল’ৰাৰ লগত এই খেল শিকিছিল, সেয়ে ওচৰ-চুবুৰীয়াই ছিমৰান দেউতাকক উচটনি দি খেলাত বাধা বাধা প্ৰদান কৰিছিল৷  অৱশ্যে পিতৃৰ উৎসাহতে আজিৰ এই পৰ্যায় পাইছে৷ 

ডব্লিউ পি এলৰ নিলামৰ পিছত ছিমৰনে কয় যে এটা সময় আছিল যেতিয়া তেওঁৰ হাতত প্ৰাৰ্থমিক ক্ৰিকেট কিট কিনিবলৈও ধন নাছিল। কিন্তু আজি ক্ৰিকেটৰ বাবেই তেওঁ এই পৰ্যায় অতিক্ৰম কৰি গৈছে। ছিমৰনৰ পাছতে কাশৱী গৌতমৰ গুজৰাট দলৰ দ্বিতীয় দামী খেলুৱৈ হিচাপে পৰিগণিত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ