--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ৰাজ্যত ছাত্ৰ ৰাজনীতিয়ে পুনৰ ধাৰণ কৰিছে উত্তপ্ত পৰিস্থিতি৷ অলপতে ডিব্ৰুগড় জিলাৰ অন্তৰ্গত ‘ডিব্ৰু মহাবিদ্যালয়’ত হৈ যোৱা ছাত্ৰ একতা সভাৰ নিৰ্বাচনত দুই দলৰ মাজত হোৱা ঘটনাই হিংসাত্মক ৰূপ ধাৰণ কৰিছিল৷ আহত হৈছিল কেইবাজনো ছাত্ৰ প্ৰতিনিধি৷ তাৰ মাজতে বৰপেটাৰোডৰ ‘বিএইচ মহাবিদ্যালয়’ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনতো দেখিবলৈ পোৱা গ’ল নিৰ্বাচনকেন্দ্ৰিক সংঘাত৷

বৰপেটা জিলাৰ ‘বিএইচ মহাবিদ্যালয়’ত ছাত্ৰ একতা সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি আছু, এবিভিপি আৰু এনএছইউআই কৰ্মীৰ মাজত সংঘাতৰ সৃষ্টি হয়৷ এনএছইউআই কৰ্মীয়ে একাংশ আছু সমৰ্থক ছাত্ৰ-ছাত্ৰীক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হয়৷ আনকি একাংশ ছাত্ৰী আহত হোৱাৰ লগতে অশালীন ব্যৱহাৰ কৰাৰো অভিযোগ তোলে ছাত্ৰ-ছাত্ৰীয়ে৷

জানিব পৰা মতে, কাইলৈ অনুষ্ঠিত হ’ব বিএইচ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন৷ নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ সময়তে এবিভিপি আৰু আছুৰ কৰ্মীসকলে নিজৰ সমৰ্থকক লগত লৈ ভোটৰ প্ৰচাৰ চলাই থকাৰ সময়তে এনএছইউআইৰ কৰ্মীসকলে ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত জঁপিয়াই পৰাৰ অভিযোগ তুলিছে৷ ইপিনে এনএছইউআইৰ হৈ মহাবিদ্যালয়ৰ বাহিৰৰ ছাত্ৰই প্ৰচাৰ কৰা আৰু আক্ৰমণৰ ঘটনাত জড়িত হৈ পৰাৰো অভিযোগ একাংশ শিক্ষাৰ্থীৰ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ