--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ক'ভিড, অ'মিক্ৰনৰ শংকাত এতিয়া বহুলোক৷ প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰাটো অত্যন্ত জৰুৰী হৈ পৰিছে৷ ক'ভিড ১৯তকৈ অধিক দ্ৰুতবেগত সংক্ৰমিত হয় ক'ভিডৰ নতুন প্ৰজাতি অ'মিক্ৰন৷ মুখ্যতঃ হাঁওফাঁওৰ ওপৰত বিশেষ প্ৰভাৱ পেলোৱা অ'মিক্ৰন আৰু অন্যান্য প্ৰকাৰৰ মাজত লক্ষণৰ বিশেষ পাৰ্থক্য দেখা যায়। দ্যা ছানৰ প্ৰতিবেদন অনুসৰি অ'মিক্ৰনৰ দুটা মুখ্য লক্ষণ হৈছে নাক আৰু মূৰৰ বিষ। ইউনিভাৰ্চিটি কলেজ লণ্ডনৰ এপিডেমিঅ'লজী এণ্ড হেল্থ ইনফৰ্মেটিক্সৰ অধ্যাপক আইৰিন পিটাৰছনৰ মতে, নাক আৰু মূৰৰ বিষ বহুতো সংক্ৰমণৰো লক্ষণ৷ কিন্তু সেইবোৰ কৰ'না বা অ'মিক্ৰনৰ লক্ষণো হ'ব পাৰে। অধ্যাপক পিটাৰছনৰ মতে, অ'মিক্ৰনৰ প্ৰায় ২০ টা লক্ষণৰ ভিতৰত নাক আৰু মূৰৰ বিষ আটাইতকৈ গুৰুত্বপূৰ্ণ। যদি আপুনি উল্লেখ কৰা কোনো লক্ষণ অনুভৱ নকৰে, তেন্তে আপুনি সম্পূৰ্ণ সুৰক্ষিত। অধ্যয়নটোৱে আন পাঁচটা লক্ষণৰ বিষয়েও জানিবলৈ দিছিল বৈ থকা নাক মূৰৰ বিষ ভাগৰ হাঁচি মৰা কাৰ্য্য ডিঙি বিষত ভোগা ইয়াৰ লগতে, আন ২০টা লক্ষণ আছে যি আপোনাৰ অ'মিক্ৰন ভেৰিয়েণ্ট ক'ভিড আছে নেকি চিনাক্ত কৰিব পাৰে। লক্ষণবোৰৰ ভিতৰত : কৰ্কশ কণ্ঠস্বৰ ঠাণ্ডা বা কঁপি থকা ঘাম ওলোৱা মূৰ ঘূৰোৱা আহাৰ বাদ দিয়া ভাগৰ অনুভৱ কৰা

FOLLOW US F
POPULAR
FEATURE
TRENDY
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি
দেশৰ জি ডি পি ৭.৮%; শক্তিশালী হৈছে ভাৰতীয় অর্থনীতি
মৰিয়নিত মোমায়েক-মামীয়েকে অপহৰণ কৰিলে ভাগিনীয়েকক, মুক্তিপণ দাবী ৬০ লাখ টকা